কলিয়াবৰত প্ৰলয়ংকাৰী বানৰ আজি ষষ্ঠটো দিন
সামকাটিছে বান পৰিস্থিতি।
সংহাৰী বানে তচনচ কৰিলে ৩২খনকৈ গাঁও।এতিয়াও শিৱিৰতে দিন পাৰ কৰিবলগা হৈছে বন্যাৰ্তই।
বানৰ এই সময়ছোৱাত প্ৰায়েই দেখা দিয়ে জ্বৰ¸চৰ্দী¸কাঁহ¸ডায়েৰীয়াকে ধৰি অনান্য বেমাৰ।
বন্যাৰ্তৰ স্বাস্থ্য সুৰক্ষিত ৰাখিবলৈ তৎপৰ…
Read More...
Read More...