Daily Time Axom
Browsing Tag

bollywood

উত্তৰ গুৱাহাটীত স্কুটিক মহতিয়ালে ডাম্পাৰে

উত্তৰ গুৱাহাটীত বন্ধ নহল ডাম্পাৰৰ সন্ত্ৰাস ।এইবাৰ স্কুটীৰ ওপৰেৰে চলিল ডাম্পাৰৰ চকা ।উত্তৰ গুৱাহাটী ফুলুং চ'কত পথৰ দাতিত ৰৈ থকা স্কুটী মহতিয়ালে ডাম্পাৰে ।দুৰ্ঘটনা সংঘটিত কৰি পলায়ন AS 16 AC 2887 নম্বৰৰ ডাম্পাৰ খনৰ ।ডাম্পাৰৰ গৰাকী ৰংমহলৰ…
Read More...

অয্যোধালৈ যাত্ৰা ১৩০০ তীৰ্থযাত্ৰীৰ

অযোধ্যা অভিমুখী আস্থা স্পেচিয়েল ৰে’লৰ যাত্ৰা আৰম্ভ, অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শন কৰিবলৈ একেলগে ৰাওনা হৈছে ১৩০০ তীৰ্থযাত্ৰী। আজি মঙ্গলবাৰে আবেলি গুৱাহাটী ষ্টেচনৰ পৰা অযোধ্যা অভিমুখী বিশেষ আস্থা ৰে’লখন ৰাওনা হয়। বিশ্ব হিন্দু পৰিষদ আৰু…
Read More...

চাপৰত পুনৰ আৰক্ষীয়ে আটক কৰিলে এজন VIP সুদখোৰক

এটাৰ পিছত এটা সুদক্ষোৰ ধৰা পৰিছে আৰক্ষীৰ জালত।। আটকাধীন সুদক্ষোৰ জনৰ নাম সুদিপ দাস,সত্যপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি চাপৰ অঞ্চলত সুদৰ ৰমৰমীয়া ব্যৱসায় চলাই আছিল ব্যক্তিজনে। নিশা চাপৰ আৰক্ষীয়ে সত্যপুৰস্থিত…
Read More...

মাণিকপুৰ আৰক্ষীৰ বৃহৎ সাফল্যঃ এজন ড্ৰাগছ সৰবহকাৰী আটক

আজি ৰাতিপুৱা ৮.৩০ মান বজাত বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ২ নং ধুপুৰীত ড্ৰাগছ সহ এজন যুৱকক আটক কৰে আৰক্ষীয়ে । এক গোপন সুত্ৰৰ পম খেদি মাণিকপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনিময় তামুলিয়ে অভিযান চলাই যুৱক জনক আটক কৰিবলৈ…
Read More...

JUAৰ শিৱসাগৰ জিলা সমিতিৰ সহযোগত হাতত পোষ্টাৰলৈ অভিনৱ কাৰ্যসূচী ৰূপায়ন

যোৱা ৭ অক্টোবৰত পেলেষ্টাইনৰ গাজাত যুদ্ধ আৰম্ভ হোৱাৰ চাৰিমাহৰ ভিতৰত কমেও ১০০ জন সাংবাদিক হত্যাৰ বলি হৈছে | এই নৃশংস হত্যাকাণ্ড নজিৰবিহীন ঘটনাৰূপে পৰিগণিত হৈছে | যাৰ পৰিপ্ৰেক্ষিতত আই এফ জেৰ আহ্বান মৰ্মে পেলেষ্টাইনী সহঃকৰ্মীসকলৰ সতে সংহতি…
Read More...

নাৰায়ণপুৰ মোক্তাৱ প্ৰাথমিক বিদ্যালয়ত মুকালমুৱা মণ্ডল A পৰ্যায়ৰ ৰান্ধনী সকলৰ ৰন্ধন প্ৰতিযোগিতা

নলবাৰী জিলাৰ বৰক্ষেত্ৰী শিক্ষা খণ্ডৰ অন্তৰ্গত নাৰায়ণপুৰ মোক্তাৱ প্ৰাথমিক বিদ্যালয়ত মুকালমুৱা মণ্ডল A পৰ্যায়ৰ ৰান্ধনী সকলৰ ৰন্ধন প্ৰতিযোগিতা অনুষ্ঠিত কৰে । বিদ্যালয়ৰ ছাত্র ছাত্ৰী সকলৰ খাদ্য সম্ভাৰ শিশু সকলৰ খোৱাৰ উপযোগী হোৱাৰ লগতে ৰান্ধনী…
Read More...

বন্ধন বেংকে স্বাৱলম্বী কৰিলে সৰভোগৰ তৰুণ ভড়ালীক

আমি যিটো সময়ত একাংশই পঢ়াশুনা সমাপ্ত কৰাৰ পাছত এটা কৰ্মসংস্থাপনৰ অভাৱত নকৰিবলগীয়া কামকো কৰিছোঁ,কৰ্মহীন হোৱাৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক গালি-গালাজ পাৰিছোঁ,বিভিন্ন চাৰিআলি-তিনিআলিত মোবাইলত বিভিন্ন গেম খেলি আড্ডামাৰি সময় অতিবাহিত…
Read More...

নাৰায়নপুৰ হাইস্কুলৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে প্ৰস্তুতি সভা ।

টিহু সমষ্টিৰ অন্তৰ্গত নাৰায়ণপুৰ হাইস্কুলৰ প্ৰাংগনত ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে শিক্ষক-শিক্ষয়ত্ৰী তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী‌ লগতে সকলৰ উপস্থিতিত এখন প্ৰস্তুতি সভা আয়োজন কৰা হয় । ১৯৮৬ চনতে প্ৰতিষ্ঠিত হোৱা নাৰায়নপুৰ হাইস্কুল ২৫ বছৰ…
Read More...

মৈৰাবাৰী আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ গ্ৰেপ্তাৰ এজন

মৈৰাবাৰী আৰক্ষীয়ে পুনৰ অভিযান চলাই গ্ৰেপ্তাৰ কৰে এজন কুখ্যাত ড্ৰাগছ আৰু কফ চিৰাপ ব্যৱসায়ীক। পূৰ্বেও একেই অপৰাধত গ্ৰেপ্তাৰ হৈ ৰঙা ঘৰৰ আলহী হোৱা ড্ৰাগছ ব্যৱসায়ীটোৰ নাম শ্বৰীফ উদ্দীন। ধৃত শ্বৰীফ উদ্দীনৰ পৰা আৰক্ষীয়ে ১২ টা নিষিদ্ধ কফ চিৰাপ,১৬…
Read More...

আপুনি বাৰু এখন গাড়ী কিনি ব্যৱসায় কৰিম বুলি ভাবিছে নেকি?

আপুনি বাৰু এখন গাড়ী কিনি ব্যৱসায় কৰিম বুলি ভাবিছে নেকি? যদি ভাবিছে তেন্তে দেৰি কিহৰ, আজিয়েই আপুনি 100 টকাত ক্ৰয় কৰক লক্ষীমপুৰ পানীগাঁৱৰ উপহাৰ কুপনৰ টিকট।কাৰণ খেল পৰিচালনা কমিটিয়ে নিবনুৱা সকলৰ সুবিধা হোৱাকৈ ব্যৱসায় কৰিব পৰাকৈ দিছে বহুত…
Read More...