Daily Time Axom
Browsing Tag

bollywood

মাকাচৰৰ কুকুৰমাৰাত জব্দ বৃহৎ পৰিমানৰ নিচাজাতীয় সামগ্ৰী-আটক এজন

পুনৰ ড্ৰাগচৰ বিৰুদ্ধে কুকুৰমাৰাত মানকাচৰ আৰক্ষীৰ অভিযান। মানকাচৰ আৰক্ষীয়ে অভিযামত জব্দ কৰে ২২৮০ টা নিচাজাতীয় টেবলেট আৰু ১২৭ টা কপ চিৰাপ । ধাৰাকোবা গাওঁৰ পৰা কুকুৰমাৰা অভিমুখে আহি থকা অবস্থাত আৰক্ষীয়ে আটক কৰে AS15 AC 0945 নম্বৰৰ টেম্পু…
Read More...

নামনী অসমৰ প্ৰতিটো জিলাৰ চুকে কোনে সুখ শান্তি আৰু মংগল বিচাৰি উঠিছে পালনাম অনুষ্ঠিত কৰাৰ ধুম:…

নামনী অসমত এতিয়া ৰাইজে সুখ-শান্তি আৰু উন্নয়ন বিচাৰিছে। যাৰ ফলত প্ৰতিটো জিলাৰ চুকে কোনে থকা মঠ- মন্দিৰ, নামঘৰ সত্ৰ আদিত পালনাম অনুষ্ঠিত কৰাৰ ধুম উঠিছে। একেদৰে বঙাইগাঁও জিলাৰ প্ৰতিটো গাঁও চুকে কোনে এই কেইদিন পালনাম অনুষ্ঠিত কৰা পৰিলক্ষিত…
Read More...

বিলাসীপাৰা আৰক্ষীৰ এক বৃহৎ সফলতা

নিশা বিলাসীপাৰা আৰক্ষীয়ে অভিযান চলাই আটক কৰে চাৰি জনকৈ জুৱাৰীসহ নগত ধন আৰু জুৱাৰী সামগ্ৰী। গোপন সূত্ৰৰ পমখেদি বিলাসীপাৰা আৰক্ষীয়ে বাতাপাৰা ওৱাড নং ২ ত অভিযান চলাই এক অভিযান এই অভিযান চলাই আটক কৰে চাৰি গৰাকী জুৱাৰীক। জুৱাৰী কেইটা ক্ৰমে…
Read More...

চাপৰত পুনৰ সক্ৰিয় হৈছে গো-সৰবৰাহকাৰী চক্ৰ।

নিশাৰ আন্ধাৰত ব্ৰহ্মপুত্ৰ নদী দি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ লৈ গো-ধন সৰবৰাহ অব্যাহত ৰাখিছে গো-মাফিয়াই। বাংলাদেশলৈ গৰু সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে শালকোচা আৰক্ষীয়ে চলায় অভিযান। অভিযানত চাপৰৰ চান্দৰডিঙা ব্ৰহ্মপুত্ৰ ঘাটৰ পৰা খেদি খেদি জব্দ কৰে…
Read More...

ঘোষণা হ’ল ২০২৪ বৰ্ষৰ আই পি এলৰ আৰম্ভণিৰ দিন

বিশ্বৰ অন্যতম প্ৰভাৱশালী ক্ৰিকেট প্ৰতিযোগিতা হৈছে আই পি এল। আই পি এল বুলি ক'লেই বিশ্বৰ ভিন্ন প্ৰান্তৰ ক্ৰিকেট অনুৰাগীৰ লগতে ভাৰতৰ অনুৰাগীসকলো আক্ৰান্ত হয় ক্ৰিকেট জ্বৰত। ক্ৰিকেট বলিয়া ভাৰতৰ অনুৰাগী। সেয়ে এতিয়াৰ পৰাই যেন আৰম্ভ হৈছে…
Read More...

মৈৰাবাৰীত গ্ৰেপ্তাৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ।

মৈৰাবাৰী আৰক্ষী থানাৰ পৰিদৰ্শক পংকজ দাসৰ নেতৃত্বত মৈৰাবাৰী আৰক্ষীৰ এটা অভিযানকাৰী দলে আজি সন্ধিয়া ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাত হাতে লুটে কৰায়ত্ত কৰে তিনিজনকৈ ড্ৰাগছ ব্যৱসায়ীক। ড্ৰাগছ ব্যৱসায়ী তিনিটাৰ পৰা আৰক্ষীয়ে ১৫ টা হেৰইন ভৰ্তি…
Read More...

বাফটাৰ মঞ্চত শাৰী পিন্ধি আবেদন বিয়পাই দিলে দীপিকাই

দেওবাৰে লণ্ডনৰ ৰয়েল ফেষ্টিভেল হলত ৰেড কাৰ্পেটত খোজ কঢ়াৰ পূৰ্বে দীপিকা পাডুকনে ইনষ্টাগ্ৰাম ষ্ট’ৰীছত দুখন নতুন ছবি পোষ্ট কৰে। তাই পিন্ধিছিল স্পাৰ্কলিং শাৰী আৰু মেচিং বেকলেছ ব্লাউজ। শাৰী বা যিকোনো জনগোষ্ঠীয় পৰিধানৰ বাবে বলীউডৰ সকলোৱে…
Read More...

অসম আন্দোলনৰ বৰনগৰৰ দুই বীৰ শ্বহীদ হৰপতি তালুকদাৰ আৰু শ্বহীদ অমিয় নাথৰ পৱিত্ৰ সোঁৱৰণত শ্বহীদ দিৱস…

অসম আন্দোলনৰ বৰনগৰৰ দুই গৰাকী বীৰ শ্বহীদ হৰপতি তালুকদাৰ আৰু শ্বহীদ অমিয় নাথৰ সোঁৱৰণত আজি সৰভোগৰ শ্বহীদ ভৱনত বৰনগৰ ছাত্ৰ সন্থাৰ উদ্যোগত শ্বহীদ দিৱস উদযাপন কৰা হয়। অসম আন্দোলনৰ সময়ত শ্বহীদ হোৱা দুই মহান বীৰ শ্বহীদৰ স্মৃতিত বৰনগৰ ছাত্ৰ…
Read More...

মোবাইল আসক্তি : এক মাৰাত্মক ব্যাধি

সাম্প্ৰতিক সময়ত মোবাইল ফোনবোৰে সামাজিক মাধ্যমৰ উত্থানত আৰু যোগাযোগৰ মাধ্যম হিচাপে অপৰিসীম অৰিহণা যোগাইছে সেইটো সঁচা! কিন্তু ইয়াৰ নেতিবাচক প্ৰভাৱে যে ফুল কুমলীয়া শিশু সকলক নৈতিক , আৰু মানসিক ভাৱে কুৰুকি কুৰুকি সিহঁতৰ মনস্তাত্বিক দিশত…
Read More...

আত্ম বিশ্বাসেই সফলতাৰ মূল মন্ত্ৰ , অৰুনিমা সিনহাৰ অকল্পনিয় এভাৰেষ্ট আৰোহণ যাত্ৰা

আত্ম বিশ্বাসেই সফলতাৰ মূল মন্ত্ৰ , অৰুনিমা সিনহাৰ অকল্পনিয় এভাৰেষ্ট আৰোহণ যাত্ৰা চার্লচ ডাৰউইন ৰ বিখ্যাত মতবাদ ""Survival of the Fittest " অনুসৰি যিবোৰ জীৱই জীৱন সংগ্ৰামৰ মাজতে পৰিস্থিতিৰ লগত নিজকে খাপখুৱাই ল’বলৈ সক্ষম হয়, তেনে জীৱইহে…
Read More...