Daily Time Axom
Browsing Tag

bollywood

অখিল গগৈৰ প্ৰেমকাহিনী । অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীয়ে সেন্দুৰ নিপিন্ধাৰ আঁৰৰ কাহিনী

গীতাশ্ৰী তামুলী পেছাত এগৰাকী অধ্যাপিকা।গঠনমূলক ভাৱধাৰা, চিন্তা-চৰ্চাত ব্যস্ত থকা গীতাশ্ৰী তামুলী আছিল পূৰ্বে গোলাঘাটৰ কলেজত কৰ্মৰত। গোলাঘাটৰ টেঙানীত সেই সময়ত অখিল গগৈয়ে আৰম্ভ কৰিছিল ভূমি অধিকাৰ সংগ্ৰাম। কৃষকৰ ন্যায্য প্ৰাপ্তিৰ বাবে ‌কৰা…
Read More...

তিনিচুকীয়াত পষেকজোৰা কাৰ্যসূচীৰে ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক কাৰ্যসূচী

তিনিচুকীয়া,১৭ ফেব্ৰুৱাৰীঃ পষেকজোৰা কাৰ্যসূচীৰে আজিৰে পৰা তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ বিৰুদ্ধে তথা নৱ- প্ৰজন্মক ধনাত্মক দিশত কৰ্ম সাংস্কৃতিৰে আগবঢ়াই নিবৰ বাবে সজাগতামূলক সভা তথা কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। যুৱপ্ৰজন্মৰ জীৱন…
Read More...

এটি চিপছৰ পেকেটৰ বাবে স্কুলীয়া কণমানি ছাত্ৰীক গুৰুলা গুৰুলাকৈ প্ৰহাৰ

এটি চিপছৰ পেকেটৰ বাবে স্কুলীয়া কণমানি ছাত্ৰীক গুৰুলা গুৰুলাকৈ প্ৰহাৰ। জুৰীয়াৰ উদমাৰী গাঁৱৰ গুণ্ডাৰূপী দোকানী আমিনুল ইছলামৰ আক্ৰমণত আহত হয় কণমানি ছাত্ৰী। এই ঘটনা সংঘটিত হয় মধ্য উদমাৰী মোক্তাৱ স্কুলত। স্কুলখনৰ শিক্ষয়িত্ৰী আৰু পৰিয়ালৰ…
Read More...

দৰঙৰ ধূলাত জল মিত্ৰ নিযুক্তক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া

দৰং জিলাৰ ধূলা গাঁও পঞ্চায়তৰ অন্তৰ্গত ২নং মাগুৰমাৰী গাঁৱৰ দক্ষিণ চুবাত নিৰ্মান কাম চলি থকা অৱস্থাত জল জীৱন আঁচনিৰ জল মিত্ৰক লৈ একাংশই বিভিন্ন ধৰণৰ মিছা অভিযোগ উত্থাপিত কৰিছে। আফিলুদ্দিনৰ পৰিয়ালৰ লোকক জলমিত্ৰ লাগে বুলি আজিলৈ লিখিত ভাবে গাঁও…
Read More...

নাৰীক গৰ্ভৱতী কৰি লাখ লাখ টকা উপাৰ্জন! বিহাৰত গ্ৰেপ্তাৰ ৮

বিহাৰত চাঞ্চল্যকৰ অপৰাধ। নিঃসন্তান নাৰীক গৰ্ভধাৰণ কৰি পুৰুষে লাখ লাখ টকা লৈছে। নীতিশ কুমাৰৰ ৰাজ্যত এই পৰ্যন্ত আৰক্ষীয়ে এনেধৰণৰ ঘটনাত ৮জন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ সূত্ৰ অনুসৰি এই অবৈধ ব্যৱসায় অনলাইনত যথেষ্ট সময় ধৰি চলি আছিল। বিহাৰৰ…
Read More...

খৰচ কমোৱাৰ বাবে আফগানিস্তানত গণ বিবাহৰ আয়োজন

খৰচ কমোৱাৰ বাবে আফগানিস্তানত গণ বিবাহৰ আয়োজন কৰা হয়। শেহতীয়াকৈ আফগানিস্তানৰ ৰাজধানী কাবুলত এক গণ বিবাহ অনুষ্ঠানত ৫০ যোৰ দৰা-কইনাৰ বিবাহ হয়। দৰিদ্ৰ দেশখনত বিবাহৰ আকাশলংঘী খৰচ কমোৱাৰ বাবে এনে যৌথ কাৰ্যসূচী সাধাৰণ হৈ পৰিছে। প্ৰসংগক্ৰমে…
Read More...

আমগুৰি অসম-নাগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙৰ পৰা বহিঃৰাজ্যলৈ ভাৰাটিয়া হিচাপে সামগ্ৰী কঢ়িয়াই নিয়া…

নাগালেণ্ড টুৱেঙচাং নগা আৰক্ষীয়ে বিনা কাৰণত ট্ৰাক আৱদ্ধ কৰি থোৱাক লৈ উত্তেজনা, নগা আৰক্ষীৰ বিৰুদ্ধে ধনদাবীৰ অভিযোগ শিৱসাগৰৰ আমগুৰি অসম-নাগালেণ্ড সীমান্তৱৰ্তী ৬১নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ হালোৱাটিঙৰ পৰা চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ ভাৰাটিয়া হিচাপে…
Read More...

অসম যুৱ পৰিষদৰ উদ্যোগতবৃহৎ নিয়োগ মেলাই কঢ়িয়ালে আশাৰ বতৰা

সহস্ৰাধিকৰ মেলাস্থলীতেই নিযুক্তি লাভ। অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এটা ৰাজনৈতিক দলৰ যুৱ সংগঠনে বৃহৎ নিয়োগমেলা আয়োজন কৰি নিবনুৱা যুৱক যুৱতীসকলৰ মাজত আশাৰ সঞ্চাৰ কৰাৰ লগতে বে-চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানসমূহক নিবনুৱা যুৱক-যুৱতীসকলক কাষ চপাই…
Read More...

লিডুত অসম সাহিত্য সভাৰ ১০৭ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

লিডুত আজিৰে পৰা অনুষ্ঠিত হৈছে অসম সাহিত্য সভাৰ ১০৭ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস ৷৷ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভুমি ৰূপে লিডুত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস ৷৷ আজি প্ৰথম দিনা গ্ৰন্থমেলা আৰু…
Read More...

নিজৰ সময় দিব পৰা নাই নেকি ? কিছুমান ঠাই ভ্ৰমণ কৰক

নিজক সময় দিয়াটো আধুনিক জীৱনত অতি প্ৰাসংগিক বিষয়। দিনটোৰ সকলো মানসিক চাপৰ পৰা আঁতৰি থকাটো সহজ নহয়। তদুপৰি দিনটোৰ ভিতৰত কিছু সময় অকলে থাকিলে মানসিক আৰু আধ্যাত্মিক বিকাশ ঘটে। যিটো পৰিশোধিত জীৱনশৈলীৰ বাবে অতি উপকাৰী। কিন্তু যদি অকলে থাকিবলৈ,…
Read More...