ভয়ংকৰ দুৰ্ঘটনা, ব্ৰহ্মপুত্ৰৰ মাজত নাঁও-ফেৰীৰ মুখামুখি সংঘৰ্ষ
নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰীঃ যন্ত্ৰচালিত নাঁও আৰু ফেৰীৰ মাজত সংঘৰ্ষ।দক্ষিণ শালমাৰাৰ হজিৰহাটৰ পৰা ধুবুৰী অভিমুখে গৈ আছিল ফেৰীখন।
এই ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল শ শ যাত্ৰী। ব্ৰহ্মপুত্ৰ নৈৰ মাজত যন্ত্ৰচালিত নাঁও আৰু ফেৰীৰ মুখামুখি!-->!-->!-->…
Read More...
Read More...