কামপুৰত অঘটন! খহি পৰিল নৱনিৰ্মিত কপিলী দলং
নিউজ ডেস্ক, ১৬ মাৰ্চঃ কামপুৰত ভয়ংকৰ ঘটনা৷ কামপুৰত খহি পৰিল নৱনিৰ্মিত কপিলী দলং৷ দলঙৰ পৰা পৰি গুৰুতৰভাৱে আহত তিনিজনকৈ শ্ৰমিক৷ আহত শ্ৰমিকসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
দক্ষিণ দিশৰ ফালে ভাঙি পৰিল নিৰ্মীয়মান দলংখন। নিম্নমানৰ সামগ্ৰীৰে!-->!-->!-->…
Read More...
Read More...