Daily Time Axom
Browsing Tag

CBI

SI জোনমণি ৰাভাৰ তদন্তৰ দায়িত্ব লৈয়েই গুৱাহাটীত CBIৰ দল

নিউজ ডেস্ক, ১৫ জুনঃ জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব লোৱাৰ পিছতেই বুধবাৰে নিশা গুৱাহাটীত উপস্থিত হয় CBIৰ দল। আই পি এছ বিষয়া লাভলী কাটিয়াৰৰ নেতৃত্বত অহা CBIৰ দলটোৱে নিশা গুৱাহাটী চিবিআই কাৰ্যালয়ত বাহৰ পাতে।CIDৰ সৈতে আলোচনাত মিলিত হৈ
Read More...

জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত CBIক অৰ্পণ, নগাঁও আৰু লখিমপুৰৰ আৰক্ষী অধীক্ষকক বদলি

নিউজ ডেস্ক, ২০ মে'- জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত CID ৰ পৰা CBIক অৰ্পণ। CBIক তদন্ত দিবলৈ অনুৰোধ জনাইছিল আৰক্ষী সঞ্চালকপ্ৰধানে। লগতে পৰিয়ালে বিচাৰিলে CBI তদন্তৰ দিয়াৰ কথা কৈছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তদুপৰি নগাঁও আৰু লখিমপুৰৰ
Read More...

কৰ্ণাটকৰ ডিজিপি প্ৰবীণ সুদক CBIৰ সঞ্চালকৰূপে নিযুক্তি

নিউজ ডেস্ক, ১৫ মে'- কৰ্ণাটকৰ DGP প্ৰবীণ সুদক CBIৰ সঞ্চালক পদত নিযুক্তি৷ নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছতে এই সিদ্ধান্ত ঘোষণা কৰা হয়৷ ২৫ মে'ত অৱসৰ ল'ব বৰ্তমানৰ সঞ্চালক সুবোধ কুমাৰ জয়ছোৱালে৷ উল্লেখ্য যে, ১৯৮৬ বৰ্ষৰ IPS বিষয়া প্ৰবীণ সুদক দিয়া
Read More...

WAPCOSৰ প্ৰাক্তন CMD ৰাজেন্দ্ৰ কুমাৰ গুপ্তাৰ বিৰুদ্ধে CBIৰ অভিযান, অভিযানত ২০ কোটি টকা জব্দ

নিউজ ডেস্ক, ৩ মে'- WAPCOS Ltdৰ প্ৰাক্তন CMD ৰাজেন্দ্ৰ কুমাৰ গুপ্তাৰ বাসগৃহত অভিযানত CBIয়ে জব্দ কৰে ২০ কোটি টকা। মঙলবাৰে WAPCOS Ltdৰ প্ৰাক্তন CMD ৰাজেন্দ্ৰ কুমাৰ গুপ্তাৰ চৌহদত অভিযান চলাই ২০ কোটি টকা জব্দ কৰে। চিবিআইয়ে ১৯ টা স্থানৰ পৰা
Read More...

অভিনেত্ৰী জিয়া খানৰ আত্মহত্যাৰ গোচৰ,সুৰজ পাঞ্চালীক দোষমুক্ত ঘোষণা CBIৰ

নিউজ ডেস্ক, ২৮ এপ্ৰিলঃ জিয়া খানৰ মৃত্যুৰ গোচৰৰ ৰায়দান দিয়ে আজি মুম্বাইৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ বিশেষ ব্যুৰোৰ আদালতে। জিয়া খানৰ মৃত্যুৰ অভিযোগত অভিনেতা সূৰজ পাঞ্চালীক দোষমুক্ত ঘোষণা কৰা হৈছে। আদালতে কয় য, সূৰজ পাঞ্চালীৰ বিৰুদ্ধে
Read More...

CBIৰ কাৰ্যালয়ত উপস্থিত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

নিউজ ডেস্ক, ১৬ এপ্ৰিলঃ CBIৰ কাৰ্যালয়ত উপস্থিত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। সুৰা কেলেংকাৰীক লৈ চমন জাৰি কৰিছিল CBI-এ। শুকুৰবাৰে CBIৰ তৰফৰ পৰা প্ৰেৰণ কৰা জাননী অনুসৰি কেজৰিৱালে আজি দিনৰ ১১ বজাত সংস্থাটোৰ মুখ্য কাৰ্যালয়ত হাজিৰ
Read More...

আজি সুৰা কেলেংকাৰীৰ অভিযোগত আদালতত হাজিৰ কৰোৱাব উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াক

নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰীঃ আজি আদালতত হাজিৰ কৰোৱাব উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াক। দিনৰ ২ বজাত CBI-এ আদালতত হাজিৰ কৰোৱাব উপ-মুখ্যমন্ত্ৰীগৰাকীক। দেওবাৰে গ্ৰেপ্তাৰ হৈছিল দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়া। আদালতত হাজিৰৰ পূৰ্বে স্বাস্থ্য
Read More...

পুনৰ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ CBIৰ চমন

নিউজ ডেস্ক, ১৬ অক্টোবৰঃ পুনৰ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ CBIৰ চমন। ১৭ অক্টোবৰত চিবিআইৰ মুখ্য কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ উপ- মুখ্যমন্ত্ৰীগৰকীক। দিল্লীৰ সুৰা কেলেংকাৰীৰ সন্দৰ্ভত ছিছোদিয়াক জেৰা কৰিব CBIয়ে। শুকুৰবাৰে দিল্লীৰ
Read More...

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে CBIৰ চাৰ্জশ্বীট

নিউজ ডেস্ক,৮ অক্টোবৰঃ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে CBIৰ চাৰ্জশ্বীট। চাকৰিৰ বিনিময়ত ভূমি দখলৰ কেলেংকাৰি লালু প্ৰসাদৰ বিৰুদ্ধে। লালু প্ৰসাদ যাদৱৰ পত্নী, প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰী দেৱীৰ বিৰুদ্ধেও চাৰ্জশ্বীট ।
Read More...