Daily Time Axom
Browsing Tag

Celebration

আজি অসমীয়াৰ বাপতি সাহোন কাতি বিহু

নিউজ ডেস্ক, ১৮ অক্টোবৰঃ আজি অসমীয়াৰ হেঁপাহৰ কাতি বিহু। তুলসী তলৰ চাকিগছি, আকাশ বন্তিৰ পোহৰে উজলাব চৌদিশ।ৰাজ্যজুৰি লখিমীক আদৰাৰ ব্যাপক প্ৰস্তুতি।কাতি বিহুক লৈ ব্যস্ত হৈ পৰে প্ৰতিজন চহা অসমীয়া। আজি তুলসী গছৰ তলত চাকিগচি জ্বলাই পৰিয়ালৰ লগতে…
Read More...

আজি ৭৭ সংখ্যক স্বাধীনতা দিৱস

নিউজ ডেস্ক, ১৫ আগষ্টঃ আজি ৭৭ সংখ্যক স্বাধীনতা দিৱস। দেশৰ লগতে ৰাজ্যৰ সকলো প্ৰান্ততেই স্বাধীনতা দিৱস পালন কৰা হৈছে। এই উপলক্ষে দেশৰ প্ৰতিটো প্ৰান্ততে ৰাষ্ট্ৰীয় পতাকা উত্তোলনেৰে স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে
Read More...

আজি ৰাভা দিৱস

নিউজ ডেস্ক, ২০ জুনঃ আজি ২০ জুন। আজি কলাগুৰু বিষ্ণু ৰাভা দিৱস। ৰাজ্যজুৰি পুৱাৰে পৰা আৰম্ভ হৈছে কলাগুৰুক স্মৰণৰ বিভিন্ন কাৰ্যসূচী। শিক্ষানুষ্ঠান, ৰাজহুৱা অনুষ্ঠানৰ লগতে ব্যক্তি বিশেষে, দল, সংগঠনে সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ কৰি
Read More...

২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যা ধামত অম্বুবাচী মেলা

নিউজ ডেস্ক, ১০ জুনঃ শক্তিপীঠ মা কামাখ্যাত ২২ জুনৰ নিশা ২.৩০ বাজি ৪২ ছেকেণ্ডৰ পৰা আৰম্ভ হ'ব প্ৰবৃত্তি। আনহাতে নিবৃত্তি হ'ব ২৬ জুনত। এইবাৰ অম্বুবাচীক লৈ নীলাচল পাহাৰত চলিছে ব্যাপক প্ৰস্তুতি। ভক্তৰ সুবিধা হোৱাকৈ গ্ৰহণ কৰা হৈছে বিভিন্ন
Read More...

আজি মহাপুৰুষ মাধৱদেৱৰ ৫৩৪ সংখ্যক আৱিৰ্ভাৱ তিথি

নিউজ ডেস্ক, ৫ জুনঃ আজি মহাপুৰুষ মাধৱদেৱৰ ৫৩৪ সংখ্যক আৱিৰ্ভাৱ তিথি। পুৱাৰে পৰা শ্ৰী শ্ৰী মাধৱদেৱৰ বন্দনা, হৰিনামেৰে মুখৰিত হ'ল ৰাজ্যৰ চৌদিশ। ব্যতিক্ৰম নহয় টীয়কতো।টীয়কৰ শ্ৰী শ্ৰী গুৰু মাধৱদেৱে নিজ হাতে স্থাপন কৰা ঐতিহাসিক ঢেকীয়াখোৱা বৰ
Read More...

আজি পহিলা ব’হাগ, মানুহ বিহু

নিউজ ডেস্ক, ১৫ এপ্ৰিলঃ আজি পহিলা ব’হাগ, মানুহ বিহু। ৰাজ্যজুৰি ৰঙালী বিহুৰ পাৰভঙা উছাহ। জ্যেষ্ঠজনৰ আশীষ লৈ বছৰটিৰ মংগল কামনা কৰিলে কনিষ্ঠসকলে। পৰম্পৰা অনুসৰি পহিলা ব'হাগত অসমবাসীয়ে মানুহ বিহু পালন কৰি আহিছে। আজি পুৱাই মাহ-হালধি সানি
Read More...

আজি গোলাপ দিৱস

নিউজ ডেস্ক, ৭ ফেব্ৰুৱাৰীঃ ভেলেণ্টাইন ডে' যুৱসমাজৰ বাবে বিশেষ দিন । এই দিনটোতে তেওঁলোকে নিজৰ প্ৰিয়জনক নিজৰ ভালপোৱা প্ৰকাশ কৰে। ভেলেণ্টাইন ডে' ৭দিনীয়াকৈ উদযাপন কৰা হয় আৰু ইয়াৰ প্ৰতিটো দিনৰ মহত্ব বেলেগ বেলেগ। আজি ৭ ফেব্ৰুৱাৰীৰ দিনটো
Read More...

আজি গণেশ চতুৰ্থী

নিউজ ডেস্ক, ২৫ জানুৱাৰীঃ আজি গণেশ চতুৰ্থী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰসমূহত পালন কৰা হৈছে গণেশ চতুৰ্থী। হিন্দু ধৰ্মালম্বী লোকসকলৰ আদি পূজ্য দেৱতা গণেশ। সেয়ে সকলো পূজাৰ আগমুহূৰ্তত গণেশৰ শ্ৰীচৰণত পূজা আগবঢ়োৱা হয়। আজিৰ এই পবিত্ৰ
Read More...

উত্তৰ গুৱাহাটীত শিল্পী দিৱস উদযাপন

নিউজ ডেস্ক, ১৭ জানুৱাৰীঃ সুন্দৰৰ পুজাৰী ৰূপকোঁৱৰ জোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱসটো ৰাজ্য জুৰি শিল্পী দিবস হিচাপে উদযাপিত কৰা হয় । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ কাণ্ডাৰী ৰূপকোঁৱৰ জোতি প্ৰসাদ আগৰৱালাৰ ১৭
Read More...

আজি ভোগালীৰ উৰুকা

নিউজ ডেস্ক, ১৪ জানুৱাৰীঃ আজি বাপতি সাহোন ভোগালী বিহুৰ উৰুকা। ভোগালীক আদৰাৰ বাবে ৰাজ্যজুৰি ব্যাপক উছাহ। ৰাজ্যৰ চৌদিশে উৰুকাৰ নিশা লগে–ভাগে এসাঁজ খাবলৈ চলিছে ব্যাপক প্ৰস্তুতি। প্ৰতিজন অসমীয়া ব্যস্ত ভোগালীৰ আনন্দত। পুহ-মাঘৰ সংক্ৰান্তিৰ
Read More...