সুখবৰ! চন্দ্ৰযান-৩ অভিযানৰ উৎক্ষেপণ নিয়ন্ত্ৰণ পৰিচালনা কৰিব এগৰাকী অসমীয়াই
নিউজ ডেস্ক, ১৩ জুলাইঃ অসমবাসীৰ বাবে আন এক সুখবৰ। চন্দ্ৰযান-৩ উৎক্ষেপণ নিয়ন্ত্ৰণৰ দায়িত্বত অসম সন্তান। গুৰু-দায়িত্ব লাভ কৰিছে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ চয়ন দত্তই। তেজপুৰ বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিকছ, যোগাযোগ অভিযান্ত্ৰিকৰ প্ৰাক্তন!-->…
Read More...
Read More...