সুখবৰ! হ্ৰাস পালে বাণিজ্যিক ৰন্ধন গেছ চিলিণ্ডাৰৰ দাম
নিউজ ডেস্ক, ১ মে'-হ্ৰাস পালে বাণিজ্যিক ৰন্ধন গেছ চিলিণ্ডাৰৰ দাম। প্ৰতিটো ১৯ কেজিৰ চিলিণ্ডাৰত ১৭১.৫০ টকাকৈ হ্ৰাস।আজিৰ পৰা কাৰ্যকৰী হ'ব বাণিজ্যিক চিলিণ্ডাৰৰ এই নতুন নিৰিখ। তেল বিপণন কোম্পানী ইণ্ডিয়ান অইলৰ ৱেবছাইটত এই নতুন মূল্যৰ তালিকাখন!-->…
Read More...
Read More...