Daily Time Axom
Browsing Tag

Chirang

চিৰাঙত গঁড়ৰ চোৰাং চিকাৰীলৈ আৰক্ষীৰ গুলীচালনা

নিউজ ডেস্ক, ১৪ আগষ্টঃ চিৰাঙত গঁড়ৰ চোৰাং চিকাৰীলৈ আৰক্ষীৰ গুলীচালনা। গুলীবিদ্ধ চোৰাং চিকাৰী নৱেশ্বৰ বসুমতাৰী। আমগুৰি থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ জালুকনিৰ মালেভিটাত এই ঘটনা সংঘটিত হয়। দুটাকৈ গঁড়, ৪০টাৰো অধিক বন্যহস্তী চিকাৰৰ সৈতে
Read More...

চিৰাঙৰ বিৰহাংগাঁৱত নিশা পথ দুৰ্ঘটনা, দুৰ্ঘটনাত এজন লোকৰ মৃত্যু

নিউজ ডেস্ক, ১৫ জুলাইঃ চিৰাঙৰ বিৰহাংগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা৷ দুৰ্ঘটনাত নিহত এজন লোক।নিয়ন্ত্রণ হেৰুৱাই পথৰ পৰা দ খাৱৈত বাগৰি পৰে এখন এল্টো বাহন। বাহনখনৰ ভিতৰত শ্বাসৰুদ্ধ হৈ মৃত্যু লোকজনৰ। পথৰ পৰা দ খাৱৈত এখন অল্টো বাহন বাগৰি পৰাত
Read More...

চিৰাঙৰ বেংতল আৰক্ষীৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াক নিলম্বন

নিউজ ডেস্ক, ২৮ জানুৱাৰীঃ চিৰাঙৰ বেংতল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আফজল হুছেইনক নিলম্বন। মহিলা নিৰ্যাতনৰ ঘটনাৰ তদন্তত হেমাহিৰ অভিযোগত নিলম্বিত হ'ল আৰক্ষী বিষয়াগৰাকী। উল্লেখ্য যে চিৰাঙৰ নাঙলভঙাত চলিছিল এগৰাকী মহিলাক দলবদ্ধ নিৰ্যাতনৰ
Read More...

বঙাইগাঁও আৰু চিৰাং জিলাৰ সীমান্তৰ ডাঙাইগাঁৱত দুই ট্ৰাক হাইজেকাৰ আটক,পলাবলৈ চেষ্টা চলাওতে নিহত এজন

নিউজ ডেস্ক, ১১ ডিচেম্বৰঃ বঙাইগাঁও আৰু চিৰাং জিলাৰ সীমান্তৰ ডাঙাইগাঁৱত শনিবাৰে নিশা আৰক্ষীয়ে এক অভিযান চলাই দুই ট্ৰাক হাইজেকাৰ আটক কৰে। আটকাধীন লোক দুজন হৈছে ২নং ভাণ্ডাৰাৰ উছমান গণি আৰু আনজন বালাৰচৰ জুব্বাৰ আলী। ইয়াৰোপৰি, বিজনীৰ ডাঙাইগাঁৱত
Read More...

চিৰাঙৰ এন চি কাহিতামাত নিশা গুলী চালনাৰ ঘটনা, গুলীচালনাত ৬০ৰ উৰ্দ্ধৰ এগৰাকী বৃদ্ধা নিহত

নিউজ ডেস্ক, ১২ নৱেম্বৰঃ চিৰাঙৰ সীমামুৰীয়া পানবাৰী থানাৰ অন্তৰ্গত এন চি কাহিতামাত নিশা গুলী চালনাৰ ঘটনা ৷ গুলীচালনাত ৬০ৰ উৰ্দ্ধৰ এগৰাকী বৃদ্ধা নিহত হয় ৷ বৃদ্ধা গৰাকীৰ নাম অন্থৰ বড়ো ৷ নিহত অন্থৰ বড়োৰ স্বামী মেব্ৰো বড়োয়ে জানিবলৈ দিয়া ম’তে
Read More...