মহানগৰীৰ হোটেলত উদ্ধাৰ CID বিষয়া নিৰ্মল ভূঞাৰ মৃতদেহ
নিউজ ডেস্ক, ১৩ চেপ্তেম্বৰঃ গুৱাহাটীৰ এখন হোটেলত উদ্ধাৰ হৈছে এটা মৃতদেহ। মহানগৰীৰ ভগৱান হোটেলত উদ্ধাৰ হৈছে মৃতদেহটো।এই মৃতদেহটো CIDৰ ASI নিৰ্মল ভূঞাৰ। ASI জনৰ ঘৰ নলবাৰীত বুলি জানিব পৰা গৈছে।ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ দল।আৰক্ষীৰ দলটোৱে!-->…
Read More...
Read More...