Daily Time Axom
Browsing Tag

Cloudburst

ছিকিমৰ পৰা উদ্ধাৰ অসমৰ ১২৪জন ছাত্ৰ-ছাত্ৰীক

নিউজ ডেস্ক, ৯ অক্টোবৰঃ ছিকিমৰ পৰা উদ্ধাৰ অসমৰ ছাত্ৰ-ছাত্ৰীসকলক।দেওবাৰে নিশা অসম চৰকাৰৰ তৎপৰাত অনা হৈছে ছিকিমত অধ্যয়নৰত ১২৪ জন শিক্ষাৰ্থীক। সোমবাৰে পুৱাৰ ভাগতে গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকল। গুৱাহাটীত উপস্থিত…
Read More...

ৰুষ্ট প্ৰকৃতিৰ ৰুদ্ৰৰূপত ছিকিমত এই পৰ্যন্ত মৃত্যু ১৪জন লোকৰ

নিউজ ডেস্ক, ৫ অক্টোবৰঃ ছিকিমৰ লাছেন উপত্যকাত জলপ্ৰলয়। হোৰাহোৰে বাঢ়িছে তিস্তা নদীৰ জলপৃষ্ঠ।লোনাক হ্ৰদৰ তিস্তা নদীত ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা বানপানীৰ ফলত এই পৰ্যন্ত সেনা জোৱানসহ ১৪ জনকৈ লোক নিহত হৈছে।লগতে সন্ধানহীন হৈ আছে ১২০জনৰো অধিক
Read More...

উত্তৰ ছিকিমত ডাৱৰ বিস্ফোৰণ,তীষ্টা নৈত সন্ধানহীন ভাৰতীয় সেনাৰ ২৩ জনকৈ জোৱান

নিউজ ডেস্ক, ৪ অক্টোবৰঃ ডাৱৰ বিস্ফোৰণৰ ফলত উত্তৰ ছিকিমত ভয়ংকৰ বান। বানত সন্ধানহীন ২৩গৰাকী সেনা জোৱান। চিংটামৰ বৰদাঙত ৰখাই থোৱা সেনাৰ বাহনসমূহ ডুবি যায়। ল'নক হ্ৰদৰ ওপৰত ডাৱৰ বিস্ফোৰণৰ ফলত ১৫ৰ পৰা ২০ ফুট উচ্চতালৈ বৃদ্ধি পাইছে তীষ্টা নদীৰ
Read More...