Daily Time Axom
Browsing Tag

Collapse

সোণাপুৰত বাগৰি পৰিল গেছ পৰিবাহী বাহন, যিকোনো মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা

নিউজ ডেস্ক, ৭ জুনঃ সোণাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত গেছ পৰিবাহী টেংকাৰ। দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা অহৰহ নিৰ্গমন হৈছে গেছ। যিকোনো মুহূৰ্ততে ঘটিব পাৰে ভয়ংকৰ ঘটনা। গেছ পৰিবাহী টেংকাৰ আৰু অল্ট'ৰ মাজত মুখামুখি হৈছিল সংঘৰ্ষ। দুৰ্ঘটনাৰ
Read More...

হাৰিয়ানাত ভাগি পৰিল তিনি মহলীয়া ধান বনা কল, এই পৰ্যন্ত ৪ জন শ্ৰমিকৰ মৃত্যু

নিউজ ডেস্ক, ১৮ এপ্ৰিলঃ হাৰিয়ানাত ভাগি পৰিল তিনি মহলীয়া ধান বনা কল।হাৰিয়ানাৰ কৰ্ণালত পুৱতি নিশা ৩-৩০ বজাত এই ঘটনা সংঘটিত হৈছে। ধান বনা কল খহি পৰাৰ ফলত এই পৰ্যন্ত ৪ জন শ্ৰমিকৰ মৃত্যু হৈছে। আনহাতে ২০ জন লোক আঘাতপ্ৰাপ্ত আৰু বহু লোক আৱদ্ধ হৈ
Read More...