Daily Time Axom
Browsing Tag

Congress

দিল্লী পৌৰ নিগমৰ নিৰ্বাচনত আম আদমী পাৰ্টীৰ বৃহৎ জয়, AAP-ৰ দখললৈ দিল্লী পৌৰ নিগম

নিউজ ডেস্ক, ৭ ডিচেম্বৰঃ আজি ঘোষণা হ'ল দিল্লীৰ পৌৰ নিগম নিৰ্বাচনৰ ফলাফল। পুনৰ দিল্লীত জয় সাব্যস্ত কৰিলে আম আদমী পাৰ্টিয়ে। দিল্লী পৌৰ নিগমৰ ২৫০ খন আসনৰ ফলাফল ঘোষণা কৰা হৈছে। এই ২৫০ খন আসনৰ ১৩৪ খন আসন আপ, ১০৪ খন আসন বিজেপি, ৯ খন আসন
Read More...

আজি গুজৰাটত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ

নিউজ ডেস্ক, ১ ডিচেম্বৰঃ আজি গুজৰাটত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। গুজৰাটৰ ১৯ খন জিলাৰ ৮৯টা সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। পুৱা ৮ বজাৰ পৰা বিয়লি ৫ বজালৈ হ’ব ভোটগ্ৰহণ। আজি নিৰ্ণয় হ’ব ৭৮৮গৰাকী প্ৰাৰ্থীৰ ভাগ্য। প্রথম পর্যায়ৰ নির্বাচনত
Read More...

ভাৰত জোড়ো যাত্ৰাৰ মাজতেই ৰাহুল গান্ধীক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

নিউজ ডেস্ক, ১৮ অক্টোবৰঃ দেশজুৰি অব্যাহত আছে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা। ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণৰ উদ্দেশ্যে আজি ইন্দোৰত উপস্থিত হয় কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী। ইয়াৰ মাজতে কংগ্রেছ নেতাৰাহুল গান্ধীক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি। ভাৰত জোড়ো
Read More...

আজি দেউৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচন

নিউজ ডেস্ক, ৮ নৱেম্বৰঃ আজি দেউৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচন। পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ল ২২ টা সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৮খন জিলাৰ ২২টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে ৭৫ গৰাকী প্ৰাৰ্থীয়ে। ৯৩টা ভোটকেন্দ্ৰত বিয়লি ৪ বজালৈ চলিব ভোটগ্ৰহণ। BJPৰ
Read More...

আজিৰ পৰা কংগ্ৰেছৰ অসমত ভাৰত জোড়ো যাত্রা

নিউজ ডেস্ক, ১ নৱেম্বৰঃ আজিৰ পৰা কংগ্ৰেছৰ অসমত ভাৰত জোড়ো যাত্রা। ধুবুৰীৰ পৰা ৭০দিনত ৮৩৪কিলোমিটাৰ খোজ কাঢ়িব। দিনৰ ১১ বজাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই এই যাত্ৰাৰ উদ্বোধন কৰি দিনটোৰ প্ৰথম কাৰ্যসূচীৰূপে অনুষ্ঠিত সভাত ৰাইজক
Read More...

কৰ্ণাটকত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত ছোনিয়া গান্ধী

নিউজ ডেস্ক, ৬ অক্টোবৰঃ বৃহস্পতিবাৰে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত যোগদান কৰে কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীয়ে । কংগ্ৰেছে অনুষ্ঠিত কৰা এই সৰ্ববৃহৎ ৰাজহুৱা অনুষ্ঠানত ৰাহুল গান্ধীয়ে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ওলোৱা পদযাত্ৰাত দুৰ্গা পূজা
Read More...

প্ৰিয়ংকা আৰু গান্ধী পৰিয়ালৰ সদস্য নহয়…’, কংগ্ৰেছৰ অদ্ভুত দাবী

নিউজ ডেস্ক, ৩০ চেপ্তেম্বৰঃ দলটোৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি কোন হ’ব সেই সন্দৰ্ভত কংগ্ৰেছৰ ভিতৰত তীব্ৰ জল্পনা-কল্পনা চলিছে। সভাপতি নিৰ্বাচিত হ’লেও দলীয় কৰ্মী সুখী নহয় কাৰণ গান্ধী পৰিয়ালৰ কোনো সদস্যই এই নিৰ্বাচনত অংশ লোৱা নাই। যদিও বাৰে
Read More...

গোলাম নবী আজাদৰ পাছতেই তেলেংগেনাৰ জেষ্ঠ্য নেতাৰ কংগ্ৰেছ ত্যাগ

নিউজ ডেস্ক, ২৮ আগষ্টঃ কংগ্ৰেছত পুনৰ মোক্ষম আঘাত। কেইদিনমান পূৰ্বে জ্যেষ্ঠ ৰাজনীতিবিদ গোলাম নবী আজাদে কংগ্ৰেছ ত্যাগ কৰাৰ পাছতেই আন এগৰাকী নেতাই কৰিলে পদত্যাগ। ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা তেলেংগানা কংগ্ৰেছৰ নেতা এম এ খানে শনিবাৰে কংগ্ৰেছ
Read More...

জ্যেষ্ঠ নেতা গোলাম নবী আজাদৰ কংগ্ৰেছ ত্যাগ

নিউজ ডেস্ক, ২৬ আগষ্টঃ কংগ্ৰেছত আন এক মোক্ষম আঘাত।জ্যেষ্ঠ কংগ্ৰেছ নেতা গোলাম নবী আজাদে কংগ্ৰেছৰ সকলো পদৰ পৰা পদত্যাগ কৰে। তেওঁ জম্মু আৰু কাশ্মীৰত দলৰ প্ৰচাৰ সমিতিৰ পৰা পদত্যাগ কৰাৰ কেইদিনমান পিছত এই সিদ্ধান্ত লৈছিল। জেষ্ঠ্য কংগ্ৰেছ
Read More...

গোৱাত বিজেপিমুখী হোৱাৰ দিশে ৫ কংগ্ৰেছী বিধায়ক

নিউজ ডেস্ক, ১১ জুলাইঃ গোৱাত পুনৰ ধূলিস্যাৎ হোৱাৰ দিশে কংগ্ৰেছ । বিধানসভা নির্বাচনৰ মাত্ৰ ৫ মাহ পিছতে কংগ্ৰেছৰ ১১ বিধায়কৰ ৫গৰাকীয়ে এতিয়া দল সলনিৰ কুচকাৱাজ চলাইছে। কংগ্ৰেছে এই ৫গৰাকী বিধায়কৰে যোগাযোগ স্থাপন কৰিব পৰা নাই বুলি জানিব পৰা
Read More...