দ্বিতীয়বাৰলৈ মেঘালয়ৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে কনৰাড চাংমাই
নিউজ ডেস্ক, ৭ মাৰ্চঃ মেঘালয়ৰ নতুন চৰকাৰৰ শপত গ্ৰহণ। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে কনৰাড চাংমাই। শ্বিলঙৰ ৰাজভৱনত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। লগতে এই অনুষ্ঠানত উপস্থিত থাকে!-->…
Read More...
Read More...