Daily Time Axom
Browsing Tag

Covid19

আজিৰে পৰা দেশজুৰি দুদিনীয়াকৈ হাস্পতালত চলিব ক’ভিড মকড্ৰিল

নিউজ ডেস্ক, ১০ এপ্ৰিলঃ দেশত ভয়ংকৰ হাৰত বৃদ্ধি ক'ভিড সংক্ৰমণ। আজিৰে পৰা দেশজুৰি দুদিনীয়াকৈ হাস্পতালত চলিব ক'ভিড মকড্ৰিল।কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই হাৰিয়ানা এইমছত অংশ ল'ব মকড্ৰিলৰ বিশেষ কাৰ্যসূচীত। দেশত ক্ৰমাগতভাৱে ক’ভিডত
Read More...

কেৰালাত বৃদ্ধি দৈনিক ক’ভিড সংক্ৰমণ, মাস্ক ব্যৱহাৰৰ নিৰ্দেশনা জাৰি

নিউজ ডেস্ক, ৯ এপ্ৰিলঃ দেশত পুনৰ ক'ভিডৰ ভয়ংকৰ ৰূপ। স্বাস্থ্য মন্ত্ৰালয়ৰ সমীক্ষা অনুসৰি শেহতীয়াভাৱে ২৪ ঘণ্টাত ৬,১৫৫ গৰাকী লোক কোৰোনাত আক্ৰান্ত হৈছে।শেহতীয়াকৈ দেশত ইয়াৰ হাৰ হৈছে ৫.৬৩ শতাংশ। আনহাতে, কেৰালাৰ ক’ভিড সংক্ৰমণে উদ্বিগ্ন কৰিছে
Read More...

দেশত পুনৰ ক’ভিডৰ আতংক! একেদিনাই আক্ৰান্ত ৬হাজাৰৰ অধিক লোক

নিউজ ডেস্ক, ৭ এপ্ৰিলঃ দেশত পুনৰ ক'ভিডৰ আতংক! একেদিনাই আক্ৰান্ত ৬হাজাৰৰ অধিক লোক।স্বাস্থ্যমন্ত্ৰীসকলৰ সৈতে জৰুৰী পৰ্যালোচনা বৈঠকত বহিল কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডাৱিয়াই সকলো ৰাজ্যৰ প্ৰতিনিধিৰ সৈতে
Read More...

মহামাৰী শেষ হোৱা নাই, উৎসৱৰ বতৰৰ বাবে স্বাস্থ্যমন্ত্ৰীৰ গাইডলাইনৰ ছেট

বৰদিনৰ পূৰ্বে বিশ্বৰ ক’ৰোনাৰ পৰিস্থিতি দেখি স্বাস্থ্যমন্ত্ৰীৰ নতুন গাইডলাইন। কিছু মাহ ধৰি পৰিস্থিতি স্বাভাৱিক আছিল। চীনৰ পৰিস্থিতিয়ে সমগ্ৰ বিশ্বকে ভয় খুৱাইছে। এনে পৰিস্থিতিত কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে। ৰাজ্যসমূহেও পৰিস্থিতি পুনৰীক্ষণৰ
Read More...

পুনৰ ক’ভিডত আক্ৰান্ত অভিনেতা অমিতাভ বচ্চন

নিউজ ডেস্ক, ২৪ আগষ্টঃ দ্বিতীয়বাৰলৈ ক'ভিডত আক্ৰান্ত হৈছে বলিউদৰ জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চন। এই কথা টুইটাৰযোগে জনায় অভিনেতাগৰাকীয়ে। লগতে তেঁওৰ সংস্পৰ্শলৈ অহা লোকসকলকো ক'ভিড পৰীক্ষাৰ বাবে আহ্বান জনায়।
Read More...

ক’ভিডত আক্ৰান্ত মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়

নিউজ ডেস্ক, ২৩ আগষ্টঃ এছিয়া কাপৰ প্ৰাকক্ষণত টীম ইণ্ডিয়ালৈ বেয়া খবৰ। টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় ক’ভিডত আক্ৰান্ত। ২৭ আগষ্টৰ পৰা আৰম্ভ হ’ব এছিয়া কাপৰ খেল। ইতিমধ্যে খেলৰ বাবে UAEলৈ ৰাওনা টীম ইণ্ডিয়া। কিন্তু ক’ভিডত আক্ৰান্ত
Read More...

কৰ’নাৰ নতুন ঢৌ, বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কবাণী

নিউজ ডেস্ক,১৬ জুলাই: সমগ্ৰ বিশ্বতে পুনৰ বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ। কেইমাহমান আগলৈকে পৰিস্থিতি নিয়ন্ত্ৰণত আছিল। ইয়াৰ মাজতে পুনৰ বৃদ্ধি পাইছে আক্ৰান্ত আৰু মৃত লোকৰ সংখ্যা। পৰিস্থিতিৰ বিচাৰ কৰি বিশ্ব স্বাস্থ্য সংস্থাই
Read More...

দেশত বৃদ্ধি পাইছে ক’ভিডৰ সন্ত্ৰাস, দৈনিক হাজাৰৰ সীমা অতিক্ৰম ক’ৰণাই

নিউজ ডেস্ক, ১৪ জুলাইঃ দেশত ক'ভিডৰ চতুৰ্থ ঢৌয়ে ভয়াৱহ গতিত বৃদ্ধি পাইছে। তৃতীয় ঢৌ নিয়ন্ত্ৰণলৈ অহাৰ পিছতেই জুন মাহৰ পৰা পুনৰ বৃদ্ধি পাইছে ক'ভিডৰ সংক্ৰমণ। পুনৰ দৈনিক সংক্ৰমণে ২০ হাজাৰৰ সীমা অতিক্ৰম কৰিছে ক'ভিডে। একে সময়তে সংক্ৰমণৰ হাৰ আৰু
Read More...