Daily Time Axom
Browsing Tag

Cricket

আজি বিশ্বকাপত ভাৰত-বাংলাদেশৰ যুঁজ

নিউজ ডেস্ক, ১৯ অক্টোবৰঃ ICC এদিনীয়া বিশ্বকাপ ২০২৩ৰ ১৭তম মেচত ভাৰতৰ বিৰুদ্ধে খেলপথাৰত নামিব বাংলাদেশ। বিয়লি ২ বজাৰ পৰা আৰম্ভ হ'ব মেচখন। মেচখন অনুষ্ঠিত হ'ব পুনেস্থিত মহাৰাষ্ট্ৰ ক্ৰিকেট এচচিয়েচন ষ্টেডিয়ামত। উল্লেখ্য যে, এদিনীয়া বিশ্বকাপত…
Read More...

২০২৩ৰ ICC ক্ৰিকেট বিশ্বকাপৰ বাবে ভাৰতীয় দল (পুৰুষ) ঘোষণা

নিউজ ডেস্ক, ৫ চেপ্তেম্বৰঃ ভাৰতত ৫ অক্টোবৰৰ পৰা এদিনীয়া বিশ্বকাপ আৰম্ভ হ’ব। ইয়াৰ বাবে ১৫ জনীয়া ভাৰতীয় দল ঘোষণা কৰিলে বিচিচিআয়ে। ৰোহিত শৰ্মা অধিনায়ক আৰু হাৰ্দিক পাণ্ডিয়া সহঃ অধিনায়ক। ১৫জনীয়া দলটোত আছে বিৰাট কোহলী, শুভমন গিল, শ্ৰেয়স আয়াৰ,
Read More...

এছিয়ান গেমছৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ অসমৰ উমা ছেত্ৰীৰ

নিউজ ডেস্ক, ১৫ জুলাইঃ অসমবাসীৰ বাবে সুখবৰ! এছিয়ান গেমছৰ বাবে ঘোষিত ভাৰতীয় চিনিয়ৰ মহিলা ক্ৰিকেট দলত স্থান লাভ অসমৰ উমা ছেত্ৰীৰ। হৰমনপ্ৰিত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোত স্থান লাভ কৰিছে উইকেট কীপাৰ বেটছমেন উমা ছেত্ৰীয়ে। BCCIয়ে ঘোষণা কৰিলে
Read More...

অসমবাসীৰ বাবে এক গৌৰৱৰ খবৰ! ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰিলে অসম সন্তান উমা ছেত্ৰীয়ে

নিউজ ডেস্ক, ৩ জুলাইঃ অসমবাসীৰ বাবে এক গৌৰৱৰ খবৰ! ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰিলে বোকাখাতৰ উমা ছেত্ৰীয়ে। ভাৰতীয় জাতীয় ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথমগৰাকী অসম সন্তান উমা ছেত্ৰী। BCCIয়ে ঘোষণা কৰিছে ক্ৰিকেটাৰগৰাকীৰ নাম। T20 আৰু এদিনীয়া
Read More...

ভাৰতীয় মহিলা ক্ৰিকেটৰ পৰা অৱসৰ ঝুলন গোস্বামীৰ

নিউজ ডেস্ক, ২৫ চেপ্তেম্বৰঃ ২০বছৰীয়া ক্ৰিকেট যাত্ৰাৰ সমাপ্তি৷ ভাৰতীয় মহিলা ক্ৰিকেটৰ পৰা অৱসৰ ঝুলন গোস্বামীৰ ৷ ঝুলন গোস্বামীয়ে শনিবাৰে তেওঁৰ কেৰিয়াৰৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিছিল। ভাৰতৰ হৈ ২০৪ খন এদিনীয়া আন্ত:ৰাষ্ট্ৰীয়
Read More...

আজি দিনৰ ১১ বজাৰ পৰা অনলাইনযোগে মুকলি হৈছে ভাৰত- দক্ষিণ আফ্ৰিকাৰ T-20 মেচৰ টিকট বিক্ৰী

নিউজ ডেস্ক, ১৬ চেপ্নেম্বৰঃ ২ অক্টোবৰত বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ T20 মেচ ৷ আজি প্ৰথম পৰ্যায়ৰ টিকট বিক্ৰী। দিনৰ ১১ বজাত অনলাইনযোগে টিকট ক্ৰয় কৰিব পাৰিব ক্ৰিকেট প্ৰেমীসকলে৷ BookMyShowৰ পৰা ক্ৰয় কৰিব পাৰিব এই টিকট ৷ প্ৰথম
Read More...

টি-২০ বিশ্বকাপৰ বাবে ঘোষণা কৰা হ’ল ভাৰতীয় দল

নিউজ ডেস্ক, ১২ চেপ্তেম্বৰঃ T20 বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা কৰা হৈছে। ৰোহিত শৰ্মাৰ নেতৃত্বত ১৫ জনীয়া দল ঘোষণা কৰে BCCIয়ে। আনহাতে উপ-অধিনায়কৰ দায়িত্বত থাকিব কে এল ৰাহুল। লগতে মিডল অৰ্ডাৰ চম্ভালিব বিৰাট কোহলী, সূৰ্য কুমাৰ যাদৱ আৰু দীপক
Read More...

আজি এছিয়া কাপ ক্ৰিকেটত পুনৰ মুখামুখি হ’ব ভাৰত-পাকিস্তান

নিউজ ডেস্ক, ৪ ছেপ্তেম্বৰঃ এছিয়া কাপ ২০২২ৰ ভাৰত আৰু পাকিস্তানৰ মাজৰ আজি দ্বিতীয়খন খেল। প্ৰথমখন খেল ২৮ আগষ্টত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল য’ত ভাৰতে অন্তিম অভাৰৰ থ্ৰিলাৰত পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰিছিল। আজি
Read More...