Daily Time Axom
Browsing Tag

cylinder blast

হাৰিয়ানাৰ পানীপাতত ভয়ংকৰ চিলিণ্ডাৰ বিষ্ফোৰণৰ ঘটনা, একেটা পৰিয়ালৰ ৬ জন সদস্যৰ মৃত্যু

নিউজ ডেস্ক, ১২ জানুৱাৰীঃ হাৰিয়ানাৰ পানীপাতত ভয়ংকৰ চিলিণ্ডাৰ বিষ্ফোৰণৰ ঘটনা। বিষ্ফোৰণৰ ফলত এটা পৰিয়ালৰ ছয়জন সদস্যৰ মৃত্যু হয়। ৰন্ধন গেছৰ চিলিণ্ডাৰ লিকৰ ফলত এই ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে। এই ঘটনা পানিপাতৰ তহচিল শিবিৰ অঞ্চলত সংঘটিত
Read More...

মহানগৰীৰ ফটাশিল আমবাৰীত বিধ্বংসী অগ্নিকাণ্ড

নিউজ ডেস্ক, ১০ ডিচেম্বৰঃ মহানগৰীৰ ফটাশিল আমবাৰীত বিধ্বংসী অগ্নিকাণ্ড৷ ফটাশিল আমবাৰীৰ কামাখ্যাৰাম বৰুৱা মহাবিদ্যালয়ৰ পাছফালে থকা হৰিজন কলনিত সংঘটিত হৈছে এই বিধ্বংসী অগ্নিকাণ্ডটো | প্ৰায় ১৫০ ত কৈও অধিক বাসগৃহ সম্পূৰ্ণভাৱে জুইত জাহ
Read More...

বঙাইগাঁৱত কৰম উৎসৱৰ মাজত অঘটন, চিলিণ্ডাৰ বিষ্ফোৰণ ঘটি নিহত এজন

নিউজ ডেস্ক, ২১ চেপ্তেম্বৰঃ কৰম উৎসৱৰ মাজতেই অঘটন। গেছৰ চিলেণ্ডাৰ বিষ্ফোৰণ ঘটি নিহত হৈছে এজন লোক ৷ নিহত যুৱকজন পুৰণি বঙাইগাঁৱৰ ভাটিপাৰাৰ বীৰবল ৰায় বুলি জানিব পৰা গৈছে ৷ নিশা সাংস্কৃতিক অনুষ্ঠান চলি থকাৰ মাজতে চিলেণ্ডাৰ বিষ্ফোৰণ ঘটি
Read More...

মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড, নিহত এজন

নিউজ ডেস্ক, ১৬ জুলাইঃ মহানগৰীৰ ভঙাগড়ত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। কেইবাটাও চিলিণ্ডাৰৰ বিষ্ফোৰণৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। ভঙাগড়ৰ টিভি টাৱাৰৰ সমীপত এই অগ্নিকাণ্ড সংঘটিত হয়। ভঙাগড়ৰ উদয়াচল পথত এই বিষ্ফোৰণ হয়।
Read More...