Daily Time Axom
Browsing Tag

Daily time axom

উত্তৰ গুৱাহাটীত বানপানী

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাইছে উত্তৰ গুৱাহাটীৰ বহু অঞ্চল ।উত্তৰ গুৱাহাটী-গুৱাহাটী সংযোগী অভয়পুৰ, মাজগাঁও ঘাইপথত নদীৰ একাঠু পানী।উত্তৰ গুৱাহাটী অভয়পুৰ ,মাজগাঁও,শিল সাকোঁ,মধুপুৰ ৰজাদুৱাৰকে ধৰি বহু ঠাইত মানুহৰ ঘৰত একাঠু পানী । এনেদৰে নদীৰ…
Read More...

বেংগালুৰুত সন্ধানহীন বিলাসীপাৰাৰ যুৱক

দুমাহ অতিক্ৰম হ'ল সন্ধান নাই বিলাসীপাৰাৰ যুৱক ভোলা হালদাৰ। ঘটনা বিৱৰণী মতে বিলাসীপাৰা চহৰৰ ১১ নং ৱাৰ্ডৰ নিমাই হালদাৰ আৰু কনকলতা হালদাৰ পুত্ৰ ৪৪ বছৰীয়া ভোলা হালদাৰক শিমল পাল নামৰ যুৱকজনৰ লগত কৰ্মসূত্ৰে বেংগালুৰুত লৈ যায়। য়োৱাৰ পিছত…
Read More...

সৰভোগৰ পম্পি ডেন্স একাডেমিৰ উদ্যোগত ৭ দিনীয়া ঢোল বাদন আৰু বিহুনাচৰ কৰ্মশালা আৰম্ভ

বৰপেটা জিলাৰ সৰভোগৰ পম্পি ডেন্স একাডেমিৰ উদ্যোগত ৭ দিনীয়া ঢোল বাদন আৰু বিহুনাচৰ কৰ্মশালা আৰম্ভ,সৰভোগৰ শংকৰদেৱ শিশু নিকেতনত অনুষ্ঠিত হোৱা কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে অসম গৌৰৱ বিহুৱা ৰঞ্জিত গগৈ,ধনকলীয়া উপাধি সন্মান খ্যাত ঢোলৰ ওজা সোমনাথ…
Read More...

মায়ঙৰ পবিতৰা অভয়াৰণ্য পৰিদৰ্শন সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা

আজি পবিতৰা অভয়াৰণ্যৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে পবিতৰা অভয়াৰণ্যত উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ এটি সজাতি দল।পবিতৰা বান পৰিস্থিতিৰ বুজ লৈ সভাপতি উৎপল শৰ্মাই কয় যে অসমত ইতিমধ্যে ৩৮ গৰাকী লোকৰ বানত মৃত্যু হৈছে ৷ বানপানীত মৃত্যুৰ…
Read More...

প্ৰতিষ্ঠা দিৱসৰ দিনাই চৰকাৰলৈ হুংকাৰ আছা’ৰ

জনজাতিকৰণ, ভূমিৰ পট্টা প্ৰদান আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি অবিহনে ক্ষান্ত নহয় আছা। আদিবাসী সকলৰ ন্যায়ৰ বাবে অবিৰতভাৱে চলাই যাব সংগ্ৰাম, আন্দোলন। আজি ২ জুলাই,সদৌ অসম আদিৱাসী ছাত্র সন্থা (আছা)ৰ কেন্দ্ৰীয় সমিতিৰ ২৮ সংখ্যাক প্রতিষ্ঠা…
Read More...

কোকৰাডাঙা ঘাট এলেকাত ১৫টা গৰু উদ্ধাৰ

আজি ইংৰাজী ০২/০৭/২০২৪ তাৰিখে পুৱা প্ৰায় ০৩:৩০ বজাত কোকৰাডাঙা ঘাট এলেকাত গৰু সৰবৰাহ সন্দৰ্ভত পোৱা এক গোপন সূত্ৰৰ ভিত্তিত আই চি খাৰুৱাবন্দা অ’ পি আৰু তেওঁৰ আৰক্ষীৰ দলটোৱে স্থানলৈ আগবাঢ়িল। ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে বাংলাদেশলৈ গৰু সৰবৰাহ…
Read More...

ভাৰতৰ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ কাশ্মীৰৰ কাৰাবন্দী সাংসদ শ্বেখ আব্দুল ৰছিদক লোকসভাত শপত গ্ৰহণৰ…

ভাৰতৰ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই কাশ্মীৰৰ কাৰাবন্দী সাংসদ শ্বেখ আব্দুল ৰছিদক লোকসভাত শপত গ্ৰহণৰ অনুমতি প্ৰদান কৰিছে। এই কাশ্মীৰী নেতাগৰাকীয়ে ২০১৯ চনৰ পৰা ‘টেৰ’ৰ ফাণ্ডিং’ৰ অভিযোগত কাৰাগাৰত বন্দী হৈ আছে। শেহতীয়াকৈ সমাপ্ত হোৱা লোকসভা…
Read More...

কঁকালৰ বিষ কমাবৰ বাবে নিয়মিত খোজ কাঢ়ক

মেডিকেল জাৰ্নেল দ্য লেন্সেটত প্ৰকাশিত গৱেষণাৰ পৰা দেখা গৈছে যে সপ্তাহত পাঁচবাৰ আধা ঘণ্টাকৈ খোজ কাঢ়িলে আৰু ফিজিঅ’থেৰাপিষ্টৰ পৰামৰ্শ অনুসৰি খোজ কাঢ়িলে কঁকালৰ বিষ ভাল হোৱাৰ সময় প্ৰায় দুগুণ বৃদ্ধি পায়। অৰ্থাৎ নিয়মীয়া খোজ কঢ়া লোকসকলে…
Read More...

সুনকক পুনৰ নিবিচাৰে নেকি ব্ৰিটেইনে

এতিয়া গৰম হৈ আছে ব্ৰিটেইন। নিৰ্বাচনলৈ মাজত মাত্ৰ তিনিদিন। প্ৰধান প্ৰতিদ্বন্দ্বী দল দুটা লেবাৰ পাৰ্টি আৰু কনজাৰ্ভেটিভ পাৰ্টি (ট’ৰী)য়ে তীব্ৰ প্ৰচাৰ চলাইছে। কিন্তু মতামতৰ সমীক্ষাত দেখা গৈছে যে ৭২ শতাংশ ব্ৰিটিছে এতিয়া ঋষি সুনকক প্ৰধানমন্ত্ৰী…
Read More...

প্ৰভাসৰ নামত দিশাৰ টেটু,ৰণবীৰক লৈ আপ্লুত প্ৰশিক্ষক শিৱম

দিশা পাটানি আৰু প্ৰভাসৰ সম্পৰ্কৰ চৰ্চা অব্যাহত আছে বলীউডৰ ভিতৰ চ'ৰাত । জল্পনা-কল্পনা চলি আছে বহুতৰ মনত । কিন্তু এই বিষয়ত এতিয়ালৈকে দুই তাৰকাৰ কোনো এজনেও মুখ মেলিব পৰা নাই। কিন্তু দিশাৰ টেটুৱে এই জল্পনা-কল্পনাৰ ইন্ধন যোগাইছে। পাপাৰাজীৰ…
Read More...