কামৰূপৰ আমিনগাঁৱত অনুষ্ঠিত হৈছে আন্ত: স্কুল CHESS প্ৰতিযোগিতা
অসমত আছে CHESS খেলৰ প্ৰচুৰ সম্ভাৱনা ।অসমৰ CHESS খেলুৱৈয়ে ইতিমধ্যে সৰ্বভাৰতীয় পৰ্যায়ত সুনাম অৰ্জন কৰিব সক্ষম হৈছে ।এইবেলি ৰাজ্যৰ খেল মহাৰণতো অন্তৰ্ভুক্ত হৈছে CHESS ।এই মন্তব্য আন্তঃৰাষ্ট্ৰীয় CHESS খেলুৱৈ বিশ্বজিৎ ভৰদ্বাজৰ ।উল্লেখ্য!-->!-->!-->…
Read More...
Read More...