Daily Time Axom
Browsing Tag

Daily time axom

বৰেণ্য শিল্পী জয়ন্ত হাজৰিকাৰ ৮১ সংখ্যক জন্মদিৱস উদযাপন

গছ পুলি ৰোপণৰ সেউজ কাৰ্যসূচী প্ৰয়াত বৰেণ্য শিল্পী জয়ন্ত হাজৰিকাৰ ৮১ সংখ্যক জন্মদিৱসৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সুৰ বাহিনীয়ে যোৱা ২০ ছেপ্তেন্বৰত গুৱাহাটীৰ চানমাৰীস্থিত জয়ন্ত হাজৰিকা উদ্যানত আয়োজন কৰে বিশেষ
Read More...

চকুৰ তলৰ ডাৰ্ক চাৰ্কল ঘৰুৱা ঔষধেৰে নোহোৱা কৰক

কৰ্মৰ প্ৰচণ্ড চাপ, মানসিক অস্থিৰতা, ৰাতি দুপৰতে সাৰ পোৱাৰ অভ্যাসৰ পৰা আৰম্ভ কৰি গোটেই দিন ৰাতি ফোনত বহি থকালৈকে। আপোনাৰ চকুৱে বহুত টান ল’ব লাগে। ফলত চকুৰ তলৰ ডাৰ্ক চাৰ্কল পৰিবলৈ আৰম্ভ কৰে। চকুৰ চৌপাশৰ কোষবোৰ বিভিন্ন কাৰণত চাপৰ ফলত
Read More...

‘অস্ত্ৰ এৰক, নহ’লে..’ মাওবাদৰ বিৰুদ্ধে শ্বাহৰ ‘অল আউট ৱাৰ’ ঘোষণা

মাওবাদৰ অন্ত পেলোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। তেওঁ ঘোষণা কৰিছে যে ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত ভাৰতক ‘মাওবাদী মুক্ত দেশ’ হিচাপে ঘোষণা কৰা হ’ব। এই লক্ষ্য পূৰণৰ বাবে মাওবাদীক বাৰ্তা দিছে শ্বাহে। তেওঁ কঠোৰ
Read More...

জনসংখ্যা সমাধান ফাউণ্ডেচন (জেএছএফ): এটা ৰাষ্ট্ৰবাদী সংগঠন

বৰ্তমান ভাৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক জনবহুল দেশ। দেশত হৈ থকা প্ৰৱল জনবিস্ফোৰণ আৰু তীব্ৰ গতিত বৃদ্ধি পাই অহা জনগাঁঠনিৰ অসন্তুলণতাক (Demographic Imbalance) নিয়ন্ত্ৰণ কৰিবলৈ দেশত আজিকোপতি এখন জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰনয়ণ আৰু বলৱৎ কৰা নহল।
Read More...

আজি ঐতিহাসিক ২০ ছেপ্টেম্বৰঃ ঢেকিয়াজুলিত উন্মোচন প্ৰাক্তন বিধায়ক হিৰণ্য বৰাৰ স্বাধীনতা আন্দোলনত অসম…

আজি ঐতিহাসিক ২০ ছেপ্টেম্বৰ। ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত আজিৰ দিনটো চিৰদিন চিৰকাল স্মৰণীয় হৈ ৰ’ব। বিশেষকৈ স্বাধীনতা আন্দোলনৰ ইতিহাসত অসমৰ ঢেকিয়াজুলি আৰু গহপুৰত নৃশংস ব্ৰিটিছে চলোৱা অত্যাচাৰৰ কথা অসমবাসীৰ লগতে দেশবাসীয়ে কৃতজ্ঞতাৰে
Read More...

বোন্দাত শাৰদীয় দুৰ্গা পূজাৰ লাইখুঁটা স্থাপন

গুৱাহাটী মহানগৰীৰ নাৰেংগীৰ সমীপৰ ৪৮ তম্ বোন্দা আঞ্চলিক সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গা পূজা সমিতিৰ উদ্যোগত ৯ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ ‌বোন্দা আঞ্চলিক জনজাতি ক্ৰীড়া আৰু সাংস্কৃতিক বিকাশ ‌কেন্দ্ৰৰ খেলপথাৰত শক্তিৰ অধিষ্ঠাত্ৰী আৰু দুৰ্গতী‌
Read More...

এফালে পথৰ দুৰৱস্থা আনফালে ONGC বাছৰ দৌৰাত্ম

নিশা লাকুৱাৰ ONGC পথত ভয়ংকৰ পথ দুৰ্ঘটনাত। দুৰ্ঘটনাটোত এগৰাকী মহিলাৰ দুয়োখন ভৰি ভাঙি যোৱাৰ সন্দেহ। আঘাটপ্ৰাপ্ত মহিলাগৰাকী এখন স্কুটীৰে আহি তথা অৱস্থাত বিপৰীত দিশৰ পৰা অহা ONGC ৰ এখন বাছে তীব্ৰ বেগত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই
Read More...

মহানগৰীৰ নুনমাটিৰ চেক্টৰ ৩ ত নুনমাটি আৰক্ষীৰ অভিযান

এক গোপন সূত্ৰৰ পম খেদি নুনমাটি আৰক্ষীৰ এটা দলে অভিযান চলাই জব্দ কৰে বুজন পৰিমাণৰ ভাং । অভিযানত আৰক্ষীয়ে জব্দ কৰে প্ৰায় ২.৮৭ কেজি ভাং সহ আটক কৰে মাদাৰ চান্দ দাস নামৰ এজন লোকক। উল্লেখ যে বিগত বহু দিন ধৰি লোকজনে নুনমাটি অঞ্চলত ভাঙৰ
Read More...

“নতুন প্ৰজন্মই শক্তিশালী কৰিব আঞ্চলিক ৰাজনৈতিক শক্তিক। আঞ্চলিক শক্তিয়ে সমৃদ্ধ কৰিব জাতি-ভেটি,…

ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত জাতীয় যুৱ বাহিনীৰ এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত যোগদান কার্যসূচীতেই গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, গুৱাহাটী কমাৰ্চ কলেজ, লখিমপুৰ কমাৰ্চ কলেজৰ একাধিক প্ৰাক্তন আৰু বৰ্তমান অধ্যয়নৰত ছাত্ৰ
Read More...

চান্দমাৰীত সাহিত্যাচাৰ্য উপেন্দ্ৰনাথ শৰ্মাৰ পবিত্ৰ স্মৃতিত স্মৃতিচাৰণ সভা‌ সম্পন্ন

নবীন লিখাৰুক উৎসাহিত কৰি আগুৱাই নিয়াৰ হোতা আছিল উপেন্দ্ৰনাথ শৰ্মা : ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আজি অসমৰ‌ প্ৰথিতযশা সাহিত্যিক, সমালোচক, শিক্ষাবিদ, বুদ্ধিজীৱী, চিন্তাবিদ, কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক,
Read More...