Daily Time Axom
Browsing Tag

Deadbody

মহানগৰীৰ বামুণীমৈদামত ইউটিউবাৰৰ ৰহস্যজনক মৃত্যু

নিউজ ডেস্ক, ১৩ ফেব্ৰুৱাৰীঃ মহানগৰীৰ ভাড়াঘৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ প্ৰিয়লিনা নাথ নামৰ ইউটিউবাৰ গৰাকীৰ মৃতদেহ। মহানগৰীৰ বামুণীমৈদামত সংঘটিত হৈছে এই ঘটনা। ‘চাংকি ব্লগাৰ’ নামৰ এটা ইউটিউব চেনেল চলাইছিল প্ৰিয়লিনাই। যুৱতীগৰাকীৰ দেহত দেখা গৈছে
Read More...

মহানগৰীৰ হোটেলৰ কোঠাত উদ্ধাৰ ৰক্তাক্ত মহিলাৰ মৃতদেহ

নিউজ ডেস্ক, ২৫ জানুৱাৰীঃ মহানগৰীৰ ফাঁচিবজাৰৰ ৰাজহংস হোটেলত অঘটন৷ হোটেলৰ বন্ধ কোঠাত উদ্ধাৰ এগৰাকী মহিলাৰ ৰক্তাক্ত মৃতদেহ৷ ১৪ জানুৱাৰীত হোটেলখনৰ ২০৬ নম্বৰ কোঠাটো গোৱালপাৰাৰ লক্ষীপুৰৰ বাসিন্দা ফইজুদ্দিন আৰু ফইজুদ্দিনৰ পত্নী তচলিমা খাতুনে
Read More...

লামডিং ৰে’ল ষ্টেচনত হৃদয়বিদাৰক ঘটনা, প্ৰচণ্ড শীতত মৃত্যুক সাৱটিলে ২ মগনীয়াই

নিউজ ডেস্ক, ৫ জানুৱাৰীঃ লামডিং ৰে'লৱে ষ্টেচনত এক হৃদয় বিদাৰক ঘটনা। ষ্টেচনত দুটাকৈ অচিনাক্ত মৃতদেহ উদ্ধাৰ ৷ জানিব পৰা মতে, জংচনৰ প্লেট ফৰ্ম নম্বৰ ১ ত জি আৰ পিৰ এটা দলে তহল দি থকাৰ সময়তে এগৰাকী ৪৫ বছৰীয়া মহিলা আৰু এজন ৫০ বছৰীয়া লোক দুজনক শুই
Read More...

গুজৰাটৰ নৱসাৰীত ভয়ংকৰ বাছ দুৰ্ঘটনা, দুৰ্ঘটনাত ৯জনৰ মৃত্যু

নিউজ ডেস্ক, ৩১ ডিচেম্বৰঃ গুজৰাটৰ নৱসাৰীত ভয়ংকৰ বাছ দুৰ্ঘটনা। এখন বাছ আৰু এখন ফৰ্চুনাৰ বাহনৰ মুখামুখি সংঘৰ্ষ । বাছখন চুৰাটৰ পৰা ভালচাদলৈ গৈ আছিল। জানিব পৰা মতে, চলন্ত বাছত চালকৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ এই দুৰ্ঘটনা সংঘটিত হৈছে।
Read More...

মহানগৰীৰ চানমাৰিত যুৱতীৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ৯ ডিচেম্বৰঃ মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা৷ চানমাৰিৰ এটা ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতেদহ৷ চানমাৰিৰ জ্যোতিনগৰৰ কমলপুৰৰ ভাড়াঘৰত প্ৰেমিক জয়কুমাৰ ৰয়ৰ সৈতে যুৱতীগৰাকী আছিল দীৰ্ঘদিনৰ পৰাই৷ উৰিষ্যাৰ প্ৰেমিক জয়কুমাৰে হত্যা কৰাৰ সন্দেহ
Read More...

অসম অৰুণাচল সীমান্তৰ চিজুছাৰ বৰদিকৰাই জলসিঞ্চন প্ৰকল্পত অচিনাক্ত মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ৩০ অক্টোবৰঃ অসম অৰুণাচল সীমান্তৰ চিজুছাৰ বৰদিকৰাই জলসিঞ্চন প্ৰকল্পৰ নদীৰ পানীত ওপঙি থকা অৱস্থাত এজন বৃদ্ধ লোকৰ অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰা হয় । আজি পুৱা মৃতদেহটো উদ্ধাৰ হোৱা এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । পুৱা
Read More...

ৰঙিয়াত বৰলীয়া দলঙৰ তলত নৱজাতকৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ২৩ অক্টোবৰঃ ৰঙিয়াৰ হাইৱে চ’কৰ বৰলীয়া দলঙৰ তলত উদ্ধাৰ কৰা হৈছে এটি সদ্যোজাত শিশু। ৰাষ্ট্রীয় ঘাইপথৰ বৰলীয়া নৈৰ ওপৰত থকা দলঙৰ তলত উদ্ধাৰ কৰা হৈছে শিশুটিক। কোনো পাষণ্ড লোকে পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে।প্রাতঃভ্রমণ
Read More...

উদ্ধাৰ হ’ল দীপশিখা হাজৰিকাৰ মৃতদেহ

নিউজ ডেস্ক, ৮ অক্টোবৰঃ পৰ্বতাৰোহী দীপশিখা হাজৰিকাৰ মৃতদেহ উদ্ধাৰ। উত্তৰাখণ্ডৰ হিমস্খলনত সন্ধানহীন হৈ আছিল দীপশিখা। দীপশিখাৰ লগতে আন ৬ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। এই পৰ্যন্ত ঘটনাস্থলীৰ পৰা ২৬টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। পৰ্বতাৰোহণৰ
Read More...

সন্ধানহীন ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ২ অক্টোবৰঃ সন্ধানহীন ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ উদ্ধাৰ। ধুবুৰীত নাও দুৰ্ঘটনাত সন্ধানহীন হৈ আছিল সঞ্জু দাস। ঘটনাৰ ৭২ ঘণ্টাৰ পাছত উদ্ধাৰ কৰা হয় চক্ৰ বিষয়াজনৰ মৃতদেহ। ধুবুৰীত নাও দূৰ্ঘটনাৰ পিছৰে পৰা সন্ধানহীন আছিল সঞ্জু
Read More...

ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ২৭ চেপ্তেম্বৰঃ ৰঙিয়াৰ মিলন হোটেলৰ সমীপৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ। মৃত লোকজন মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল বুলি সন্দেহ স্থানীয় লোকৰ । দুৰ্ঘটনাত পতিত হোৱাৰ পিছতেই আঘাতপ্ৰাপ্ত হৈ মৃত্যু হোৱাৰ আশংকা।
Read More...