Daily Time Axom
Browsing Tag

Death

নিপা ভাইৰাছত আক্ৰান্ত হৈ কেৰালাত দুজনকৈ লোকৰ মৃত্যু

নিউজ ডেস্ক, ১৩ চেপ্তেম্বৰঃ দেশত পুনৰ 'নিপা' ভাইৰাছৰ আতংক। নিপা ভাইৰাছত আক্ৰান্ত হৈ কেৰালাত দুজনকৈ লোকৰ মৃত্যু।মৃত্যু হোৱা লোক দুজন কেৰেলাৰ কোঝিকোড জিলাৰ। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াই নিশ্চিত কৰিছে এই তথ্য। আনহাতে, এই ৰোগত
Read More...

অবৈধ প্ৰেমেই কাল হ’ল এজন স্বামীৰ

বাক্সা জিলাৰ বৰমাৰ মাধপুৰত সংঘটিত হৈছে এক কৰুণ ঘটনা। পত্নীৰ পৰকীয়া প্ৰেমৰ বাবেই মৃত্যু হয় সঞ্জয় কলিতা নামৰ এজন স্বামীৰ ।পত্নী চণ্ডিতা কলিতাৰ নিৰ্মম অত্যাচাৰ ফলত সংঘটিত হয় এই ঘটনা। এই অভিযোগ মৃত সঞ্জয় কলিতাৰ পিতৃ মাতৃৰ লগতে গাঁওবাসীৰ।
Read More...

হৃদৰোগত আক্ৰান্ত হৈ চেন্নাইত আকস্মিক মৃত্যু ISROৰ বিজ্ঞানী এন ৱালাৰমাথিৰ

নিউজ ডেস্ক, ৪ চেপ্তেম্বৰঃ ISROৰ বিজ্ঞানী এন ৱালাৰমাথিৰ দেহাৱসান। চন্দ্ৰযান-৩ উৎক্ষেপণৰ কাউণ্টডাউনৰ কণ্ঠস্বৰ আছিল এন ৱালাৰমাথিৰ।হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ চেন্নাইত আকস্মিক মৃত্যু হয় বিজ্ঞানীগৰাকীৰ। ৰকেট উৎক্ষেপণৰ কাউণ্টডাউনৰ কণ্ঠস্বৰৰ
Read More...

১২ বছৰীয়া নাবালিকাক দাসী হিচাপে ৰখাৰ অপৰাধত গ্ৰেপ্তাৰ এহাল দম্পতী

এগৰাকী ১২ বছৰীয়া নাবালিকাক এটা পৰিয়ালে সজাত বন্দী কৰি থৈ ফুৰিবলৈ গৈছিল। পৰিয়ালটেয়ে বিদ্যুতৰ বিল পৰিশোধ নকৰাৰ বাবে বিদ্যুৎ কৰ্তন কৰা হৈছিল। আন্ধাৰত থকা নাবালিকা গৰাকীয়ে ওচৰ-চুবুৰীয়াক কয় যে তাইক ঘৰত আবদ্ধ কৰি ৰখা হৈছিল। পাছত
Read More...

ৰাছিয়াত বিমান দুৰ্ঘটনাত মৃত্যু ৱেগনাৰ গ্ৰুপৰ মুৰব্বী য়েৱগেনী প্ৰিগোজিনৰ

নিউজ ডেস্ক, ২৪ আগষ্টঃ ৰাছিয়াৰ ৱেগনাৰ গ্ৰুপৰ চীফ য়েৱগেনী প্ৰিগোজিনৰ মৃত্যু। এক বিমান দুৰ্ঘটনাত মৃত্যু হয় প্ৰিগোজিনৰ। মস্কো-পিটাৰ্ছবাৰ্গৰ মাজত হৈছিল এই দুৰ্ঘটনাটো। বিমান দুৰ্ঘটনাটোত পাইলটসহ ১০ জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে।
Read More...

এগৰাকী কিশোৰীৰ মৃত্যুক কেন্দ্ৰ কৰি নলবাৰীৰ সাৰথি হাস্পতালত উত্তপ্ত পৰিস্থিতি

নিউজ ডেস্ক, ২৪ আগষ্টঃ নলবাৰীৰ সাৰথি হাস্পতালত উত্তপ্ত পৰিস্থিতি ৷ এগৰাকী কিশোৰীৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে।ভুল চিকিৎসাৰ বাবে মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ ৷ নলবাৰীৰ দৰদী বৈশ্য নামৰ এগৰাকী কিশোৰীৰ মৃত্যুক লৈ এই
Read More...

পুনৰ মানাহ ৰাষ্ট্রীয় উদ্যানত গঁড়ৰ মৃত্যু

নিউজ ডেস্ক, ১৯ আগষ্টঃ মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গঁড়ৰ মৃতদেহ উদ্ধাৰ। উদ্যানখনৰ ভূঞাপাৰা ৰেঞ্জৰ কালঝাৰ কেম্পৰ সমীপত উদ্ধাৰ এটা মতা গঁ‌ড়ৰ মৃতদেহ। আজি পুৱা বনকৰ্মীয়ে উদ্ধাৰ কৰে গঁড়টোৰ খৰ্গ, দাঁত, নখ আদি। ঘটনাস্থলীত উপস্থিত উদ্যানখনৰ
Read More...

ভয়ংকৰ ভূমিস্খলনত প্ৰাণ গ’ল বহু কেইজন লোকৰ

নিউজ ডেস্ক, ১৪ আগষ্টঃ হিমাচল প্ৰদেশৰ ৰাজধানী চিমলাত ভয়ংকৰ ভূমিস্খলন। সোমবাৰে পুৱা ৭ বজাত মূষলধাৰ বৰষুণৰ ফলত ভূমিস্খলনৰ কবলত পৰে এটা শিৱ মন্দিৰ। এই ঘটনাত ২৫জনৰো অধিক লোক ধ্বংসস্তুপৰ মাজত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। এতিয়ালৈ দুটি শিশুসহ
Read More...

খানাপাৰাৰ পেৰেড গ্ৰাউণ্ডত অসুস্থ হৈ মৃত্যুক সাৱটিলে এজন কনিষ্টবলে

নিউজ ডেস্ক, ১২ আগষ্টঃ খানাপাৰা পেৰেড গ্ৰাউণ্ডত এক অঘটন। স্বাধীনতা দিৱসৰ বাবে আৰক্ষীৰ পেৰেড অনুশীলন চলি থকাৰ মাজতে এজন আৰক্ষী কনিষ্টবলৰ মৃত্যু। কনিষ্টবলজন লখিমপুৰৰ কুকিল দত্ত। কুকিল দত্ত APROৰ কনিষ্টবল আছিল। তেওঁ ২০১৭ Batchত অসম আৰক্ষীত
Read More...

যোৰহাটৰ বিশিষ্ট বিজ্ঞানী ড০ প্ৰণৱজ্যোতি চেতিয়াৰ মৃত্যু

নিউজ ডেস্ক, ১১ আগষ্টঃ যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ তত্ত্বাৱধায়ক তথা বিশিষ্ট বিজ্ঞানী ডঃ প্ৰণৱজ্যোতি চেতিয়াৰ মৃত্যু। বৃহস্পতিবাৰে নিশা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় বিজ্ঞানীগৰাকী। তেঁও যোৰহাট প্লেনেটৰিয়াম, বিজ্ঞান কেন্দ্ৰৰ
Read More...