Daily Time Axom
Browsing Tag

Death

মৈৰাবাৰীত গ্ৰেপ্তাৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ।

মৈৰাবাৰী আৰক্ষী থানাৰ পৰিদৰ্শক পংকজ দাসৰ নেতৃত্বত মৈৰাবাৰী আৰক্ষীৰ এটা অভিযানকাৰী দলে আজি সন্ধিয়া ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাত হাতে লুটে কৰায়ত্ত কৰে তিনিজনকৈ ড্ৰাগছ ব্যৱসায়ীক। ড্ৰাগছ ব্যৱসায়ী তিনিটাৰ পৰা আৰক্ষীয়ে ১৫ টা হেৰইন ভৰ্তি…
Read More...

অসম আন্দোলনৰ বৰনগৰৰ দুই বীৰ শ্বহীদ হৰপতি তালুকদাৰ আৰু শ্বহীদ অমিয় নাথৰ পৱিত্ৰ সোঁৱৰণত শ্বহীদ দিৱস…

অসম আন্দোলনৰ বৰনগৰৰ দুই গৰাকী বীৰ শ্বহীদ হৰপতি তালুকদাৰ আৰু শ্বহীদ অমিয় নাথৰ সোঁৱৰণত আজি সৰভোগৰ শ্বহীদ ভৱনত বৰনগৰ ছাত্ৰ সন্থাৰ উদ্যোগত শ্বহীদ দিৱস উদযাপন কৰা হয়। অসম আন্দোলনৰ সময়ত শ্বহীদ হোৱা দুই মহান বীৰ শ্বহীদৰ স্মৃতিত বৰনগৰ ছাত্ৰ…
Read More...

মোবাইল আসক্তি : এক মাৰাত্মক ব্যাধি

সাম্প্ৰতিক সময়ত মোবাইল ফোনবোৰে সামাজিক মাধ্যমৰ উত্থানত আৰু যোগাযোগৰ মাধ্যম হিচাপে অপৰিসীম অৰিহণা যোগাইছে সেইটো সঁচা! কিন্তু ইয়াৰ নেতিবাচক প্ৰভাৱে যে ফুল কুমলীয়া শিশু সকলক নৈতিক , আৰু মানসিক ভাৱে কুৰুকি কুৰুকি সিহঁতৰ মনস্তাত্বিক দিশত…
Read More...

আত্ম বিশ্বাসেই সফলতাৰ মূল মন্ত্ৰ , অৰুনিমা সিনহাৰ অকল্পনিয় এভাৰেষ্ট আৰোহণ যাত্ৰা

আত্ম বিশ্বাসেই সফলতাৰ মূল মন্ত্ৰ , অৰুনিমা সিনহাৰ অকল্পনিয় এভাৰেষ্ট আৰোহণ যাত্ৰা চার্লচ ডাৰউইন ৰ বিখ্যাত মতবাদ ""Survival of the Fittest " অনুসৰি যিবোৰ জীৱই জীৱন সংগ্ৰামৰ মাজতে পৰিস্থিতিৰ লগত নিজকে খাপখুৱাই ল’বলৈ সক্ষম হয়, তেনে জীৱইহে…
Read More...

তিনিচুকীয়াত পষেকজোৰা কাৰ্যসূচীৰে ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক কাৰ্যসূচী

তিনিচুকীয়া,১৭ ফেব্ৰুৱাৰীঃ পষেকজোৰা কাৰ্যসূচীৰে আজিৰে পৰা তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ বিৰুদ্ধে তথা নৱ- প্ৰজন্মক ধনাত্মক দিশত কৰ্ম সাংস্কৃতিৰে আগবঢ়াই নিবৰ বাবে সজাগতামূলক সভা তথা কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। যুৱপ্ৰজন্মৰ জীৱন…
Read More...

এটি চিপছৰ পেকেটৰ বাবে স্কুলীয়া কণমানি ছাত্ৰীক গুৰুলা গুৰুলাকৈ প্ৰহাৰ

এটি চিপছৰ পেকেটৰ বাবে স্কুলীয়া কণমানি ছাত্ৰীক গুৰুলা গুৰুলাকৈ প্ৰহাৰ। জুৰীয়াৰ উদমাৰী গাঁৱৰ গুণ্ডাৰূপী দোকানী আমিনুল ইছলামৰ আক্ৰমণত আহত হয় কণমানি ছাত্ৰী। এই ঘটনা সংঘটিত হয় মধ্য উদমাৰী মোক্তাৱ স্কুলত। স্কুলখনৰ শিক্ষয়িত্ৰী আৰু পৰিয়ালৰ…
Read More...

জাপানৰ ধ্বংসাৱশেষৰ পৰা ৫ দিনৰ অন্তত জীৱিত অৱস্থাত উদ্ধাৰ এগৰাকী ৯০ বছৰীয়া মহিলাক

নৱবৰ্ষৰ দিৱসত জাপানত হোৱা এক প্ৰবল ভূমিকম্পৰ পাঁচ দিনৰ পাছতে এগৰাকী বৃদ্ধাক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়, যাৰ ফলত বছৰৰ আৰম্ভণিতে জনজীৱন বিঘ্নিত হৈ পৰে। পশ্চিম অঞ্চলৰ এটা ঘৰৰ ধ্বংসাৱশেষত আবদ্ধ হৈ পৰে ৯০ বছৰীয়া মহিলাগৰাকী। পিছত…
Read More...

নাৰীক গৰ্ভৱতী কৰি লাখ লাখ টকা উপাৰ্জন! বিহাৰত গ্ৰেপ্তাৰ ৮

বিহাৰত চাঞ্চল্যকৰ অপৰাধ। নিঃসন্তান নাৰীক গৰ্ভধাৰণ কৰি পুৰুষে লাখ লাখ টকা লৈছে। নীতিশ কুমাৰৰ ৰাজ্যত এই পৰ্যন্ত আৰক্ষীয়ে এনেধৰণৰ ঘটনাত ৮জন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ সূত্ৰ অনুসৰি এই অবৈধ ব্যৱসায় অনলাইনত যথেষ্ট সময় ধৰি চলি আছিল। বিহাৰৰ…
Read More...

মাজুলীৰ এখন গাঁৱত শেষবাৰৰ বাবে চলিছে ৰাসৰ প্ৰস্তুতি

মাজুলীৰ এখন গাঁৱত শেষবাৰৰ বাবে চলিছে ৰাসৰ প্ৰস্তুতি। সত্ৰনগৰী মাজুলীত এতিয়া ৰাসৰ ব‍্যাপক প্ৰস্তুতি। পিছে তাৰ সমান্তৰালকৈ মাজুলীৰ এখন গাঁৱৰ ৰাইজৰ মনত এতিয়া বিষাদ। কিন্তু কিয় জানেনে? মাজুলীৰ ৰাস উৎসৱলৈ মাজত মাত্ৰ এটা দিন বাকী। ব্যস্ত…
Read More...

বহি থাকোতে ভৰি লৰাই থকাৰ অভ্যাস আছে নেকি আপোনাৰ?

বহি থাকোতে ভৰি লৰাই থকাৰ অভ্যাস আছে নেকি আপোনাৰ? যদিহে আছে, তেন্তে সাৱধান হওক। আপোনাৰ হ’ব পাৰে এটা বিশেষ বেমাৰ। বহি থাকোতে ভৰি লৰাই থকা এই লক্ষণটোৱে এগৰাকী ব্যক্তিৰ নাৰ্ভৰ সমস্যাত ভুগাব পাৰে। ইয়াৰ দ্বাৰা ভৰিৰ বিষৰ উপৰিও বিভিন্নধৰণৰ শৰীৰৰ…
Read More...