Daily Time Axom
Browsing Tag

Death

অৰুণাচলত দুৰ্ঘটনাত মৃত্যু অসমৰ চাৰিজন  লোকৰ

অৰুণাচল প্ৰদেশত ভয়াৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত মৃত্যু অসমৰ চাৰিজন লোকৰ। পাহাৰৰ পৰা প্ৰকাণ্ড শিল গাড়ীৰ ওপৰত বাগৰি পৰাৰ ফলত থিতাতে মৃত্যু হয় চাৰিজন লোকৰ। ১৩নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা। ভূমিস্খলনৰ ফলতে সংঘটিত হয় এই…
Read More...

পথৰ পৰা খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ, ৩৭ জনৰ মৃত্যু

জম্মু-কাশ্মীৰত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা।বাট'টে-কিষ্টৱাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ট্ৰুংগাল-আছাৰৰ সমীপত পথৰ পৰা প্ৰায় ৩০০ ফুট তললৈ বাগৰি পৰে এখন বাছ।যাৰ ফলত ৩৭ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন ১৯ জন যাত্ৰী গুৰুতৰভাৱে আহত হয়। ঘটনাৰ পাছতে…
Read More...

কলিয়াবৰ বৰঘুলীত অগ্নিকাণ্ড

কলিয়াবৰ বৰঘুলীত অগ্নিকাণ্ড। হঠাৎ জ্বলি উঠিল বিদ্যুৎ পৰিবাহি টাৰৰ খুটা। বিদ্যুৎ বিভাগৰ গাফিলটিৰ বাবেই বৰঘুলীত সঘনাই জুইৰ সূত্ৰপাত হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। লগতে অতি সোনকালে বিদ্যুৎ পৰিবাহি খুটাত খালি টাৰৰ পৰিবৰ্তে কেবুল…
Read More...

মন্ত্ৰী অতুল বৰাক হত্যাৰ ভাবুকি দিয়া যুৱকক গ্ৰেপ্তাৰ

মন্ত্ৰী অতুল বৰাক সামাজিক মাধ্যমত হত্যাৰ ভাবুকি দিয়া যুৱকক আটক ।কিছুদিন পূৰ্বে সামাজিক মাধ্যমত হত্যাৰ ভাবুকি দিয়া হৈছিল মন্ত্ৰী অতুল বৰাক।শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষীয়ে আটক কৰে হত্যাৰ ভাবুকি দিয়া যুৱকজনক।যুৱকজন গৌৰীসাগৰ আৰক্ষী থানাৰ…
Read More...

মৰিগাঁৱত কলেজীয়া ছাত্ৰীক ছুৰিকাঘাত দুই দুৰ্বৃত্তৰ

মৰিগাঁৱৰ দলবাৰীত এগৰাকী কলেজীয়া ছাত্ৰীৰ ওপৰত ছুৰিকাঘাতৰ ঘটনা। কলেজলৈ গৈ থকাৰ অৱস্থাত ছাত্ৰীগৰাকীক মুখত সোপা দি দুই যুৱকে চুৰীৰে আক্ৰমণ কৰে। আহত ছাত্ৰীগৰাকীৰ মৰিগাঁৱৰ জ্ঞানদ্বীপ চিনিয়ৰ ছেকেণ্ডাৰী কলেজৰ ছাত্ৰী বুলি জানিব পৰা গৈছে। জানিব পৰা…
Read More...

ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা

ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা।নিশা নগাঁৱৰ জুৰীয়াত আৰক্ষী আৰু ডকাইতৰ সংঘৰ্ষ।আৰক্ষীৰ গুলীত আহত ৰাজু আহমেদ নামৰ এটা দুধৰ্ষ ডকাইত। নগাঁও আৰক্ষীৰ এটা বৃহৎ দলে গোপন সূত্ৰৰ পম খেদি চলাইছিল অভিযান। আৰক্ষীৰ দললৈ লক্ষ্য কৰি গুলীয়াইছিল ৰাজু আহমেদে।…
Read More...

সৰুপথাৰৰ নাওজানত চাঞ্চল্যকৰ ঘটনা

সৰুপথাৰৰ নাওজানত নিশা চাঞ্চল্যকৰ ঘটনা।নাওজানৰ বেতনিপথাৰৰ ৰেল লাইনত ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ কৰা হয় এটা মৃতদেহ।জানিব পৰা মতে নিশা ৰেল লাইনত পহৰা দি থকা অৱস্থাত তীব্ৰ বেগী ৰেলেৰ চেপাত থিতাতে নিহত এজন যুৱকজন।নিহত আৰক্ষীয়ে উদ্ধাৰ কৰি…
Read More...

মৈৰাবাৰীৰ হাতীমূৰীয়াত বুজন পৰিমাণৰ চোৰাং কাঠ জব্দ

নগাঁও-মৰিগাঁৱৰ সীমান্তত মৈৰাবাৰী আৰক্ষীৰ এটি দলে AS-02-AC-9749 নম্বৰৰ এখন বাহনেৰে অৰুণাচলৰ পৰা অবৈধ ভাবে চোৰাং কাঠ কঢ়িয়াই মৈৰাবাৰীলৈ অভিমূখে আহি থকাৰ সময়ত মৈৰাবাৰী আৰক্ষীয়ে জব্দ কৰে।এক গোপন খবৰৰ ভিত্তিত মৈৰাবাৰী আৰক্ষী থানাৰ পৰিদৰ্শক পংকজ…
Read More...

দীপাৱলীৰ পিছতে দিল্লীত বায়ু প্ৰদূষণৰ ভয়াৱহ ৰূপ

দীপাৱলী উদযাপৰ পিছতেই দিল্লীত বায়ু প্ৰদূষণে পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ফটকা, আতচবাজীৰ ধোঁৱাই দিল্লীৰ আকাশ বতাহ আৱৰি ধৰিছে। দেশৰ উচ্চতম ন্যায়ালয়ে ফটকা নিষিদ্ধ কৰাৰ পিছতো দিল্লীত দীপাৱলী উপলক্ষে অবাধ হাৰত ফটকা, আতচবাজী ফুটোৱা দেখিবলৈ পোৱা…
Read More...

গুৱাহাটীৰ ছয়মাইলৰ চাঞ্চল্যকৰ ঘটনাৰ নতুনমোৰ

গুৱাহাটী মহানগৰীত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ছয়মাইলৰ পূৰ্বাশা এপাৰ্টমেণ্টৰ এটা ফ্লেটত উৱলি যোৱা অৱস্থাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ। ফ্লেটটোৰ পৰা দুৰ্গন্ধ ওলোৱাত আবাসীয়ে খবৰ দিয়ে আৰক্ষীক। আৰক্ষী ঘটনাস্থলীত…
Read More...