Daily Time Axom
Browsing Tag

Death

কলিয়াবৰত বনৰীয়া ম’হৰ আক্তমণত নিহত এজন

কলিয়াবৰৰ কুঠৰী গোহাঁইগাঁও খেৰদঙাৰ এজন লোক বনৰীয়া ম'হৰ আক্ৰমণ নিহত হয়।গৰু চৰাবলৈ আহোতে সেই অঞ্চলত কাজিৰঙাৰ পৰা ওলাই আহি কেইবাদিনো ধান খেতি খাই উপদ্ৰৱ চলাই থকা এটা বনৰীয়া ম'হৰ আক্ৰমণত নিহত হয় খেৰদঙাৰ উত্তম বাউৰি নামৰ নামৰ লোক জনৰ।বন…
Read More...

দীপাৱলী উপলক্ষে ১৩ নৱেম্বৰত ৰাজ্যৰ বিভিন্ন জিলাত স্থানীয় বন্ধৰ ঘোষণা

আজি সমগ্ৰ দেশতে উদযাপন কৰা হৈছে পোহৰৰ উৎসৱ দীপাৱলী আৰু কালীপূজা ।এইবাৰ দীপাৱলী উৎসৱ বন্ধৰ দিন ৰবিবাৰে পৰিছে আৰু সোমবাৰে ৰাজ্য চৰকাৰে কোনো বন্ধ দিয়া নাই। সেয়ে সোমবাৰে অসমৰ বিভিন্ন জিলাই নিজাববীয়াকৈ দীপাৱলী উপলক্ষে স্থানীয় বন্ধৰ ঘোষণা কৰিছে।…
Read More...

পুনৰ শৰাইঘাট দলঙত অঘটন!

শৰাইঘাট দলংত সংঘটিত হৈছে পুনৰ এক অঘটন । আজি পুৰণা শৰাইঘাট দলংৰ পৰা এজন লোকে জাঁপ দিয়াৰ সন্দেহ কৰা হৈছে। দলঙৰ ওপৰত বাহন ৰখাই ব্ৰহ্মপুত্ৰত মৰণজাঁপ দিয়া লোকজন বৰ্তমানলৈকে সন্ধানহীন হৈ আছে। লোক জনৰ সন্ধানত ইতিমধ্যে ব্ৰহ্মপুত্ৰত পাণ্ডু নদী…
Read More...

মহানগৰীৰ এটা এপাৰ্টমেণ্টত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ

গুৱাহাটী মহানগৰীৰ এক চাঞ্চল্যকৰ ঘটনাই সমগ্ৰ অঞ্চলবাসীক জোকাৰি গৈছে। ছয়মাইলৰ পূৰ্বাচা এপাৰ্টমেণ্টৰ এটা ফ্লেটত উদ্ধাৰ কৰা হয় এগৰাকী যুৱতীৰ মৃতদেহ। বিচনাত পৰি থকা অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰা হয় মৃতদেহটো । এপাৰ্টমেণ্টৰ আৱাসীয়ে আৰক্ষীক অৱগত…
Read More...

বিশ্বৰ এখন বিলাসী হোটেল ; এৰাতি কটোৱাৰ খৰচ ৮৪ লাখ টকা!

ভ্ৰমণৰ সময়ত সাধাৰণ মানুহে কি বিচাৰে? খাদ্য, পানীয়, জিৰণি আৰু সুৰক্ষা প্ৰদান কৰা হোটেল বিচাৰে। কিন্তু এইখিনিতে সকলোৱে সন্তুষ্ট নহয়। প্ৰায় সংখ্যক লোকেই আন বহু কিবা এটা বেছি বিচাৰে। এজনে ভাল হোটেলৰ স্থান, এয়াৰ কণ্ডিচনাৰ, পাৰ্কিং, ডিনাৰ…
Read More...

আৰক্ষী উপ-পৰিদৰ্শকৰ ধৰ্ষণৰ বলি হ’ল এটি ৪ বছৰীয়া শিশু

পুনৰ আৰক্ষীৰ খাকী পোকাচত কালিমা সানিলে এজন আৰক্ষী উপ-পৰিদৰ্শকে। দলিত সম্প্ৰদায়ৰ এগৰাকী ৪ বছৰীয়া নাবালিকা কন্যাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে এইগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে।ৰাজস্থানৰ দৌছাত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে, নিৰ্যাতিতা…
Read More...

গুৱাহাটী মহানগৰীত বৃদ্ধ পিতৃ-মাতৃক ৰামঠগন একমাত্ৰ কন্যাৰ!

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক নিৰ্লজ ঘটনা।নিজ জীয়ৰীৰ ধনৰ লালসাৰ বাবে সৰ্বশান্ত হ’ল এহাল বৃদ্ধ পিতৃ-মাতৃ। কেৱল ধনেই নহয়, বেংকৰ লকাৰত থকা ৪০ তোলা সোণ লৈ উধাও হ’ল নিজ জীয়ৰী।লগতে মহানগৰীৰ হাতীগড় চাৰিআলিৰ গীতানগৰ হাইস্কুলৰ সমীপৰ নবীন ইনক্লেৱৰ…
Read More...

কেতিয়া লাগিব কালী পূজাৰ অমাৱস্যা তিথি? জানি লওক সকলো

এইবাৰ কালি পূজা দেওবাৰে। ১২ নৱেম্বৰ অৰ্থাৎ ২৫ কাতিত পালন কৰা হ’ব দীপান্বিতা কালী পূজা। এই দিনটোত বিশেষ অমাৱস্যা তিথিত পূজা কৰা হয় দেৱী কালীৰ। অমাৱস্যা তিথিত বিভিন্ন সময়ত দেৱী কালিকাক বিভিন্ন ৰূপত পূজা কৰা হয়। ফলহাৰিনী অমাৱস্য়াৰ পৰা কৌশিকী…
Read More...

বন্ধুৱে কাটিলে বন্ধুৰ আঙুলি

দিল্লীত সংঘটিত হৈছে এক নিৰ্মম ঘটনা। কোৱা হয় যে বন্ধুত্ব হৈছে এনে এক সম্পৰ্ক, যিটো তেজৰ সম্পৰ্কতকৈও অধিক গাঢ় । কিন্তু সমাজত এনে লোকো আছে, যিয়ে এই সম্পৰ্কক লজ্জানত কৰে। দেশৰ ৰাজধানীৰ দ্বাৰকা উপ-চহৰৰ দক্ষিণ আৰক্ষী থানা অঞ্চলত এগৰাকী বন্ধুৱে…
Read More...

এতিয়া মুকলি আকাশৰ তলত গুৱাহাটী ডাবল মাৰ্ডাৰৰ খলনায়িকা বন্দনা কলিতা

গুৱাহাটীৰ চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰৰ অভিযুক্ত বন্দনা কলিতাই লাভ কৰিলে জামিন । কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশৰ আদালতত গুৱাহাটী ডাবল মাৰ্ডাৰৰ খলনায়িকা বন্দনা কলিতাৰ জামিন মঞ্জুৰ কৰা হৈছে। অৱশ্যে, কিছুমান চৰ্ত সাপেক্ষে আদালতে বন্দনা কলিতাৰ জামিন…
Read More...