Daily Time Axom
Browsing Tag

deaththreat

ছলমান ৰুছদীক ছুৰীৰে আঘাত কৰাৰ পিছত জে কে ৰাউলিঙক মৃত্যুৰ ভাবুকি

নিউজ ডেস্ক,১৪ আগষ্টঃ ব্ৰিটিছ লেখক জে কে ৰাউলিং হৈছে হেৰী পটাৰ ছিৰিজৰ সৃষ্টিকৰ্তা যি সমগ্ৰ বিশ্বতে অতি জনপ্ৰিয়। ৰুছদীৰ দুৰ্ভাগ্যজনক ঘটনাৰ খবৰ পোৱাৰ পিছতে ৰাউলিঙে টুইট কৰি কয় যে তেওঁ অসুস্থ অনুভৱ কৰিছে আৰু ছলমানৰ আশু আৰোগ্য কামনা কৰিছে।
Read More...