Daily Time Axom
Browsing Tag

Defamation Case

কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেলৈ পঞ্জাবৰ চাংৰুৰ আদালতৰ চমন

নিউজ ডেস্ক, ১৫ মে'- কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেলৈ আদালতৰ চমন৷ পঞ্জাবৰ চাংৰুৰ আদালতে দিছে এই চমন৷১০০ কোটি টকাৰ মানহানি গোচৰ ৰুজু কৰিছে 'বজৰং দল হিন্দ'ৰ প্ৰতিষ্ঠাপক হিতেশ ভৰদ্বাজে। ১০ জুলাইত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ
Read More...

দেশৰ প্রাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে মানহানি গোচৰ APWৰ সভাপতি অভিজিৎ শৰ্মাৰ

নিউজ ডেস্ক, ১১ মে'- দেশৰ প্রাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু। ১ কোটি টকাৰ মানহানি গোচৰ APWৰ সভাপতি অভিজিৎ শৰ্মাৰ। ইয়াৰোপৰি, অভিজিৎ শৰ্মাই ৰঞ্জন গগৈৰ জীৱনীমূলক গ্ৰন্থ 'JUSTICE FOR THE JUDGE' নিষিদ্ধ কৰিবলৈও গোচৰ দিছে।
Read More...

দেশ মাতৃৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজুঃ ৰাহুল গান্ধী

নিউজ ডেস্ক, ২৫ মাৰ্চঃ “দেশ মাতৃৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু”। সাংসদৰ পদবী হেৰুওৱাৰ পিছতেই এইদৰে ৰাহুল গান্ধীৰ টুইট। https://twitter.com/RahulGandhi/status/1639234957305315331 উল্লেখ্য যে, শুকুৰবাৰে খাৰিজ কৰা হৈছিল কংগ্ৰেছ নেতা
Read More...

‘মোদী উপাধি’ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছতে খাৰিজ কৰা হ’ল ৰাহুল গান্ধীৰ সাংসদ পদ

নিউজ ডেস্ক, ২৪ মাৰ্চঃ সাংসদ পদ হেৰুৱালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। দোষী সাৱ্যস্ত হোৱাৰ এদিন পাছতেই পদ হেৰুৱালে নেতা গৰাকীয়ে। লোকসভা সচিবালয়ে শুকুৰবাৰে জাৰি কৰা এক জাননীৰ জৰিয়তে এই কথা জনায়। ২৩ মাৰ্চত গুজৰাটৰ চুৰাট আদালতে দোষী সাৱ্যস্ত
Read More...

মানহানিৰ গোচৰত ৰাহুল গান্ধীক ২বছৰৰ কাৰাদণ্ড ছুৰাট আদালতৰ

নিউজ ডেস্ক, ২৩ মাৰ্চঃ ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড। মানহানি গোচৰত এই ৰায় ছুৰাট আদালতৰ। ৪ বছৰীয়া পুৰণি গোচৰত দোষী সাব্যস্ত কৰে ৰাহুল গান্ধীক। ‘মোদী’ উপাধিক লৈ বিতৰ্কিত মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে। প্ৰধানমন্ত্ৰী মোডী "চোৰ'' বুলি কৰা
Read More...