ৰাজ্যত দ্ৰুত গতিত বাঢ়িছে ডেংগুৰ আক্ৰান্তৰ সংখ্যা
নিউজ ডেস্ক, ১২ নৱেম্বৰঃ ৰাজ্যত দ্ৰুত গতিত বাঢ়িছে ডেংগুৰ আক্ৰান্তৰ সংখ্যা। ১০ দিনত ডেংগুত আক্ৰান্ত ৭২৬ জন। ইয়াৰে ভিতৰত ৬৫ জনেই কাৰ্বি আংলং জিলাৰ। বৰ্তমানলৈ ৰাজ্যত ডেংগুত আক্ৰান্তৰ সংখ্যা ৬৪২ জন। ৰাজ্যৰ ভিতৰতে কাৰ্বি আংলঙত সৰ্বাধিক ডেংগুত!-->…
Read More...
Read More...