Daily Time Axom
Browsing Tag

Dhemaji

ধেমাজিৰ বোমা বিস্ফোৰণৰ সকলো অভিযুক্তক দোষমুক্ত ঘোষণা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

নিউজ ডেস্ক, ২৪ আগষ্টঃ ধেমাজিৰ বোমা বিস্ফোৰণৰ সকলো অভিযুক্তক দোষমুক্ত ঘোষণা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। ২০০৪ চনৰ ১৫ আগষ্টত সংঘটিত হৈছিল এক ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা। স্বাধীনতা দিৱসৰ দিনা বোমা বিস্ফোৰণ ঘটাইছিল আলফাই। সেই বিস্ফোৰণত ১৮টি কণ কণ
Read More...

ধেমাজিৰ বঙালমাৰীত আৰক্ষীৰ এনকাউণ্টাৰ, আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ ডকাইত

নিউজ ডেস্ক, ১৭ মে'- ৰাজ্যত পুনৰ এনকাউণ্টাৰ। এইবাৰ ধেমাজিৰ বঙালমাৰীত ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ গুলীত আহত কেশৱ নাথ নামৰ ডকাইতটো। আক্ৰমণ কৰি পলাবলৈ লওঁতেই ডকাইতটোক গুলীয়ালে আৰক্ষীয়ে। উল্লেখ্য যে, ৪ মে’ত চুকাফা নগৰত
Read More...

বিজ্ঞানৰে নহয়, ফাদিল হৈছিল মেট্ৰিকৰ গণিতৰো প্ৰশ্নকাকত

নিউজ ডেস্ক, ১৪ মাৰ্চঃ বিজ্ঞানৰ পাছত এইবাৰ গণিতৰ প্ৰশ্নকাকত ফাদিলৰ খবৰ। সংবাদ মাধ্যমৰ আগত এগৰাকী মেট্ৰিকৰ ছাত্ৰৰ বিস্ফোৰক স্বীকাৰোক্তি৷ পৰীক্ষাৰ তিনিদিন পূৰ্বেই লাভ কৰিছিল গণিতৰ প্ৰশ্নকাকত৷ PARENT’S নামৰ WhatsApp গ্ৰুপত গণিতৰ প্ৰশ্নকাকত
Read More...

ধেমাজিৰ চিচিবৰগাঁৱত পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত সোমাল যাত্ৰীবাহী বাছ

নিউজ ডেস্ক, ১১ ফেব্ৰুৱাৰীঃ ধেমাজিৰ চিচিবৰগাঁও চাৰিআলিত সংঘটিত হয় এক পথ দুৰ্ঘটনা। বিশ্বনাথ চাৰিআলিৰ পৰা চিমেন চাপৰিত চলি থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক অধিৱেশনলৈ যাত্ৰী কঢ়িয়াই অনা AS-12-AC-2463 নম্বৰৰ যাত্ৰীবাহী বাছখন চিচিবৰগাঁও
Read More...

ধেমাজিত চাব ইন্সপেক্টৰৰ গুলীত নিহত অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক

নিউজ ডেস্ক, ৭ জানুৱাৰীঃ ধেমাজিত আৰক্ষী বিষয়াৰ গুলীত নিহত প্ৰাক্তন আৰক্ষী বিষয়া। SI আলোক কোঁৱৰৰ গুলীত নিহত প্ৰাক্তন আৰক্ষী বিষয়া অমূল্য বৰুৱা। ঘটনাৰ পাছতে আত্মসমৰ্পণ SI আলোক কোঁৱৰৰ। ধেমাজিৰ ভেহপৰাত সংঘটিত হৈছে এই ঘটনা। ভূমি সংক্ৰান্তীয়
Read More...

মৰ্মান্তিক! ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ ল’লে ধেমাজিৰ শৰীৰচৰ্চাবিদ সিদ্ধাৰ্থ বৰগোহাঁইৰ

নিউজ ডেস্ক, ৩ জানুৱাৰীঃ নাৰায়ণপুৰত শোকাৱহ পথ দুৰ্ঘটনা। নাৰায়ণপুৰৰ ভোগপুৰ উৰণ সেতুৰ সমীপত এই ঘটনা। ঘন কুঁৱলীৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল ধেমাজিৰ পৰা গুৱাহাটী অভিমুখী এখন বাহন। দুৰ্ঘটনাত থিতাতে মৃত্যু ধেমাজিৰ শৰীৰচৰ্চাবিদ সিদ্ধাৰ্থ
Read More...