Daily Time Axom
Browsing Tag

Dibrugarh

ডিব্ৰুগড়ৰ লেপেটকটাত ভয়ংকৰ পথ দুৰ্ঘটনা, দুৰ্ঘটনাত ৮ জনকৈ লোক হতাহত

নিউজ ডেস্ক, ১১ চেপ্তেম্বৰঃ ডিব্ৰুগড়ৰ লেপেটকটাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। ইন'ভা আৰু ট্ৰাকৰ মাজৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত দুজনকৈ যাত্ৰী। নিহত লোক দূজন পুষ্পা সুৰেখা আগৰৱাল আৰু ইন'ভাৰ চালকজন। আনহাতে মহিলা, শিশুসহ গুৰুতৰভাৱে আহত হয় ৬জন লোক।
Read More...

স্বীকৃতি হেৰুৱাব দেশৰ ৪০খন চিকিৎসা মহাবিদ্যালয়ে, তালিকাত আছে অসমৰ ৩ খন চিকিৎসা মহাবিদ্যালয়

নিউজ ডেস্ক, ১ জুনঃ কেন্দ্ৰীয় চৰকাৰে বাতিল কৰে ৪০ খনকৈ চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি। আনহাতে স্বীকৃতি বাতিলৰ পথত দেশৰ প্ৰায় ১৫০খন চিকিৎসা মহাবিদ্যালয়। ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে গ্ৰহণ কৰিছে কঠোৰ সিদ্ধান্ত। তালিকাত অন্তৰ্ভুক্ত হৈছে অসম, গুজৰাট,
Read More...

আজি আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে সৰিতা তছনিৱাল হত্যাকাণ্ডত দোষী সাব্যস্ত কিৰো মেচক

নিউজ ডেস্ক, ১৮ মে'- ডাঃ সৰিতা তছনিৱাল হত্যাকাণ্ডত অভিযুক্ত কিৰো মেচক যাৱজ্জীৱন কাৰাদণ্ড।১৫২ পৃষ্ঠাৰ ৰায়দানত আছে ৬১জন ব্যক্তিৰ সাক্ষ্য। ৰায়দানত আদালতে কিৰো মেচক দোষী সাব্যস্ত কৰিছিল। সত্ৰ ন্যায়িক দণ্ডাধীশৰ আদালতত ডাঃ দীপমণি শইকীয়াক দোষমুক্ত
Read More...

ৰাজ্য কঁপাই যোৱা AMCHৰ চিকিৎসক ডাঃ সৰিতা তছনিৱাল হত্যাৰ গোচৰৰ চূড়ান্ত ৰায়দান

নিউজ ডেস্ক, ১৭ মে'- ৰাজ্য কঁপোৱা ডাঃ সৰিতা তছনিৱাল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান। ৱাৰ্ড বয় কিৰো মেচক দোষী সাব্যস্ত কৰাৰ বিপৰীতে অভিযুক্ত ডাঃ দীপমণি শইকীয়াক দোষমুক্ত ঘোষণা আদালতৰ। কাইলৈ ঘোষণা কৰা হ'ব শাস্তিৰ ম্যাদ। ২০১৪ৰ ৮ মে'ত AMCHত
Read More...

আজিৰে পৰা তিনিদিনীয়াকৈ ডিব্ৰুগড় আৰু তিনিচুকীয়াত অনুষ্ঠিত হ’ব উপায়ুক্তসকলৰ বৈঠক

নিউজ ডেস্ক, ১৫ মে'- আজিৰে পৰা তিনিচুকীয়াত উপায়ুক্ত সন্মিলন৷ প্ৰশাসনিক ব্যৱস্থাত নতুনত্বৰ উদ্দেশ্যৰে এই সন্মিলনৰ আয়োজন কৰা হৈছে৷ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব পঞ্চমখন সন্মিলন৷ প্ৰশাসনিক ব্যৱস্থাৰ সংস্কাৰৰ ৰূপৰেখা অংকন কৰা হ'ব এই
Read More...

ৰঙালী বিহু অনুষ্ঠানত অপমানিত কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ, কণ্ঠশিল্পীগৰাকীৰ বাদ্যযন্ত্ৰ ভাঙি দিয়াৰ…

নিউজ ডেস্ক, ১মে'- ডিব্ৰুগড়ৰ হাতীমূৰাত কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ সংগীতানুষ্ঠানত অথন্তৰ। সংগীতানুষ্ঠান সামৰাৰ পাছতো গীত পৰিৱেশনৰ দাবী কণ্ঠশিল্পীগৰাকীক। গীত পৰিৱেশন নকৰিলে কণ্ঠশিল্পীগৰাকীৰ বাদ্যযন্ত্র ভাঙি দিয়াৰ ভাবুকি একাংশৰ।
Read More...

২০২৪ত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ব মোদী- অমিত শ্বাহ

নিউজ ডেস্ক, ১১ এপ্ৰিলঃ ডিব্ৰুগড়ত উপস্থিত গৃহমন্ত্রী অমিত শ্বাহ। ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰৰ পৰা মানকটা চাহ বাগিচাৰ খেলপথাৰত ৰাজহুৱা সভা সম্বোধন কৰে শ্বাহে। মানকটা খেলপথাৰত জনসভা সম্বোধন কৰাৰ পূৰ্বে শ্বাহে বিজেপিৰ উজনিৰ মাণ্ডলিক
Read More...

আজিৰে পৰা ডিব্রুগড়ত G20 সন্মিলন

নিউজ ডেস্ক, ২৩ মাৰ্চঃ আজিৰে পৰা ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে G20 গৱেষণা আৰু উদ্ভাৱন উদ্যোগ সংগ্ৰহ সন্মিলন। এই সন্মিলনত G20 সদস্য, অতিথি দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্ৰতিনিধি আৰু বৈজ্ঞানিক সম্প্ৰদায়ৰ আমন্ত্ৰিত অংশগ্ৰহণকাৰীসকলে এক বহনক্ষম
Read More...

ডিব্ৰুগড়ত জুৱা খেলি থকা অৱস্থাতে আটক প্ৰাক্তন বিধায়কক

নিউজ ডেস্ক, ১৭ মাৰ্চঃ জুৱা খেলি আৰক্ষীৰ জালত পৰিল প্ৰাক্তন বিধায়ক। আৰক্ষীৰ জালত পৰিল নাহৰকটীয়াৰ প্ৰাক্তন বিধায়ক নৰেণ সোণোৱাল। ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ পৰা আটক কৰে ৭জনকৈ জুৱাৰীক। ৭ জুৱাৰীৰ মাজত অন্যতম আছিল নৰেণ সোণোৱাল। ডিব্ৰুগড় আৰক্ষীয়ে
Read More...

চাবুৱাত ভয়ংকৰ ঘটনা! মেচিনত সোমাই কৰুণ মৃত্যু শ্ৰমিকৰ

নিউজ ডেস্ক, ৪ মাৰ্চঃ চাবুৱাৰ বায়ুসেনা ছাউনীত ভয়ংকৰ ঘটনা। মিক্সাৰ মেচিনত সোমাই কৰুণ মৃত্যুক সাৱটিবলগীয়া হ'ল প্ৰণৱ দত্ত নামৰ এজন শ্ৰমিকে। লোমা ইনফ্ৰা প্ৰাঃ লিঃ কোম্পানীত কৰ্মৰত আছিল প্ৰণৱ। কাম কৰি থকাৰ সময়তে সোমাই যায় মেচিনত। ঘটনাৰ পাছতে
Read More...