ডিব্ৰুগড়ত জুৱা খেলি থকা অৱস্থাতে আটক প্ৰাক্তন বিধায়কক
নিউজ ডেস্ক, ১৭ মাৰ্চঃ জুৱা খেলি আৰক্ষীৰ জালত পৰিল প্ৰাক্তন বিধায়ক। আৰক্ষীৰ জালত পৰিল নাহৰকটীয়াৰ প্ৰাক্তন বিধায়ক নৰেণ সোণোৱাল। ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ পৰা আটক কৰে ৭জনকৈ জুৱাৰীক। ৭ জুৱাৰীৰ মাজত অন্যতম আছিল নৰেণ সোণোৱাল। ডিব্ৰুগড় আৰক্ষীয়ে!-->…
Read More...
Read More...