ডিব্ৰুগড়ত চিকিৎসকক হত্যাৰ চেষ্টা, দুৰ্বৃত্তৰ আক্ৰমণত চিঙি যায় এখন কাণ
নিউজ ডেস্ক, ২১ ফেব্ৰুৱাৰীঃ ডিব্ৰুগড়ত নিজ গৃহতে এজন চিকিৎসকক হত্যাৰ অপচেষ্টা। ডাঃ গীতাৰ্থ শইকীয়াক উপৰ্যুপৰি প্ৰহাৰ ২ যুৱকৰ৷ যুৱকদ্বয়ৰ আক্ৰমণত গুৰুতৰভাবে আহত হৈছে ডাঃ গীতাৰ্থ শইকীয়া।
জানিব পৰা মতে, মাজুলীত চিকিৎসক হিচাপে ইণ্টাৰ্ণশ্বিপ!-->!-->!-->…
Read More...
Read More...