ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত দুজন
নিউজ ডেস্ক, ১৯ অক্টোবৰঃ ডিগবৈৰ টিংৰাইত ভয়ংকৰ পথ দুৰ্ঘটনা। ৰখাই থোৱা ট্ৰাকত খুন্দা দ্ৰুতবেগী চুইফ্ট বাহনৰ। দুৰ্ঘটনাত নিহত হয় দুজন লোক। নিহত লোক দুজন যদুমণি শেনচোৱা আৰু দেৱৰাজ সোণোৱাল। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দেৱাশিস পাচনি নামৰ আন এজন লোক।!-->…
Read More...
Read More...