Daily Time Axom
Browsing Tag

Drugs

মহানগৰীৰ গণেশগুৰিৰ পৰা জব্দ ১৪ কোটি টকাৰ ড্রাগছ

নিউজ ডেস্ক, ১৪ ডিচেম্বৰঃ ৰাজ্য়ত ন ন কৌশলেৰে ড্ৰাগছৰ সৰবৰাহ অব্যাহত। এইবাৰ এম্বুলেঞ্চেৰে ড্ৰাগ্ছ সৰবৰাহ কৰি ধৰা পৰিল আৰক্ষীৰ হাতত।মহানগৰীৰ যুটীয়া আৰক্ষী আয়ুক্তৰ নেতৃত্বত চলা অভিযানত মণিপুৰৰ পৰা অহা এখন এম্বুলেন্সত উদ্ধাৰ হ'ল বুজন পৰিমাণৰ
Read More...

কাছাৰত ৫০ কোটিতকৈ অধিক মূল্যৰ ২লাখ য়াবা টেবলেট জব্দ

নিউজ ডেস্ক, ১০ ডিচেম্বৰঃ ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ সফলতা৷ গোপন তথ্যৰ ভিত্তিত অভিযান চলাই এখন ট্ৰাকৰ পৰা জব্দ কৰে দুই লাখ য়াবা টেবলেট৷ শিলচৰ- আইজল ৰাষ্ট্ৰীয় পথত তালাচী চলাই AS25-TC-1582 নম্বৰৰ ট্ৰাক খনৰ পৰা জব্দ কৰা হয় টেবলেট
Read More...

বোকাজানৰ খটখটিত ৭ কোটি টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ৩ সৰবৰাহকাৰী

নিউজ ডেস্ক, ৯ ডিচেম্বৰঃ প্ৰায় ৭ কোটি টকাৰ ড্ৰাগছসহ বোকাজানৰ খটখটিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৩ সৰবৰাহকাৰীক।গ্ৰেপ্তাৰ হ'ল ৩ সৰবৰাহকাৰী ক্ৰমে ইছলাম উদ্দিন, মহম্মদ চমিৰ আৰু মহম্মদ মানাবি। দুখন ট্ৰাকৰ পৰা উদ্ধাৰ ৭৫৭.১৫ গ্ৰাম ড্ৰাগছৰ লগতে ৩০
Read More...

সোণাপুৰৰ টোল গেটত ১৫ কোটি টকাৰ মূল্য়ৰ ৬০ হাজাৰ য়াবা টেবলেট জব্দ

নিউজ ডেস্ক, ৫ নৱেম্বৰঃ সোণাপুৰৰ টোল গেটত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ। এখন বাহনৰ পৰা জব্দ ৬০ হাজাৰ য়াবা টেবলেট। মণিপুৰৰ পৰা গুৱাহাটীলৈ আনিছিল এই টেবলেটখিনি। জব্দকৃত টেবলেটখিনিৰ বজাৰ মূল্য ১৫ কোটি টকা। যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি
Read More...

বিজনীত আৰক্ষীৰ অভিযানত ৪০ লক্ষাধিক টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰীক

নিউজ ডেস্ক, ৩০ অক্টোবৰঃ চিৰাং আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান।চিৰাং জিলাৰ বিজনীত আৰক্ষীয়ে পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।ধৃত সৰবৰাহকাৰীটো কাৱাটিকা নিবাসী ছাইদুল ইছলাম(২৪)। আৰক্ষীৰ এক
Read More...

নগাঁৱৰ চামগুৰিত আৰক্ষীৰ গুলীচালনা

নিউজ ডেস্ক, ২৯ অক্টোবৰঃ নগাঁৱৰ চামগুৰিত আৰক্ষীৰ গুলীচালনা। দুই সৰবৰাহকাৰীক লক্ষ্য কৰি এণ্টি নাৰ্ক'টিক স্কোৱাডৰ গুলীচালনা। গ্ৰেপ্তাৰ ২ সৰবৰাহকাৰী সুকুৰ আলী, ইক্ৰামূল হুছেইন। মৰিগাঁৱৰ তেলাহীত আৰক্ষীয়ে জব্দ কৰিছে ১ কোটি টকাৰ মূল্যৰ হেৰ'ইন।
Read More...

জাগুনত বুজন পৰিমাণৰ ড্ৰাগছ সহ মহিলা আটক

নিউজ ডেস্ক, ৪ অক্টোবৰঃ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান বৰ্তমানেও অব্যাহত আছে।মাৰ্ঘেৰিটা মহকুমাৰ জাগুন আহোম পথাৰৰ পৰা লেখাপানী আৰু জাগুন আৰক্ষীৰ যৌথ অভিযানত বুজন পৰিমাণৰ ড্ৰাগছসহ এগৰাকী অবৈধ ড্ৰাগছ মহিলা ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়। ১২ টা
Read More...

নলবাৰীত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী

নিউজ ডেস্ক, ৪ ছেপ্তেম্বৰঃ ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। নলবাৰীৰ সুৰাদিত ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আটক৷ গোপন সূত্ৰৰ ভিত্তিত নলবাৰী আৰক্ষীয়ে আটক কৰে দুয়োজনকে৷ আটকাধীন দুই সৰবৰাহকাৰী বাটচৰৰ আব্দুল আলী আৰু বৰ্ণীবাৰীৰ চফিকুল
Read More...

তিনিচুকীয়াৰ পেঙেৰীত ড্ৰাগছ সেৱন কৰি ছাত্ৰৰ মৃত্যু

নিউজ ডেস্ক, ২৯ আগষ্টঃ অত্যাধিক ড্ৰাগছ সেৱনে কাল হ'ল এজন ছাত্ৰৰ। তিনিচুকীয়াৰ পেঙেৰীত ড্ৰাগছ সেৱন কৰি মৃত্যু নৱম শ্ৰেণীৰ ছাত্ৰৰ । সতীৰ্থৰ সৈতে ড্ৰাগছৰ বেজী লৈ অসুস্থ হৈ পৰিছিল ছাত্ৰজন। সতীৰ্থই এৰি থৈ যোৱাৰ পাছত ভৰ্তি কৰোৱা হৈছিল AMCHত।
Read More...

ৰূপহীহাটত ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আটক

নিউজ ডেস্ক, ২৬ আগষ্টঃ ৰূপহীহাটত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান । ৰূপহীহাট আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি জিউমাৰীত ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলায়। আৰক্ষীৰ এই অভিযানত ৬০টা ড্ৰাগছ ভৰ্তি কন্টেনাৰসহ দুই ড্ৰাগছ সৰবৰাহকাৰী আটক কৰা হয়।
Read More...