Daily Time Axom
Browsing Tag

Dudhnoi

শোকাৱহ পথ দুৰ্ঘটনা, দুৰ্ঘটনাত ৩জনকৈ লোকৰ থিতাতে মৃত্যু, গুৰুতৰভাৱে আহত ২জন

নিউজ ডেস্ক, ৫ এপ্ৰিলঃ এক শোকাৱহ পথ দুৰ্ঘটনা৷ পুৱতি নিশা দুধনৈৰ ফফলত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত তিনিজনকৈ লোক৷ এটি কিশোৰসহ এগৰাকী মহিলা সংকটজনক অৱস্থাত চিকিৎসাধীন৷ তীব্ৰবেগী কুইড বাহনে ট্ৰাকৰ পাছফালে খুন্দা মৰাৰ ফলত দুধনৈত সংঘটিত হয়
Read More...

নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰিল শিক্ষামূলক ভ্ৰমণলৈ যোৱা বাছ, গুৰুতৰভাৱে আহত ১৫ৰো অধিক…

নিউজ ডেস্ক, ১৫ জানুৱাৰীঃ উৰুকাৰ নিশাই দুধনৈত ভয়ংকৰ পথ দুৰ্ঘটনা। শিক্ষামূলক ভ্ৰমণলৈ যোৱা শিক্ষাৰ্থীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰিল বাছ। দুৰ্ঘটনাত আহত হয় প্ৰায় ১৫ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী। আহত শিক্ষাৰ্থীক উদ্ধাৰ কৰি
Read More...

দুধনৈত শোকাৱহ দুৰ্ঘটনা ! ৰাস চাবলৈ গৈ দুৰ্ঘটনাত পতিত একেটা পৰিয়ালৰ ৬জন সদস্য, নিহত এজন

নিউজ ডেস্ক, ১৪ নৱেম্বৰঃ দুধনৈৰ ডাবেলিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাস চাবলৈ গৈ দুৰ্ঘটনাত পতিত একেটা পৰিয়ালৰ ৬জন সদস্য। দুৰ্ঘটনাৰ ফলত শিল্পাশ্ৰী দাস নামৰ যুৱতীগৰাকী নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত আন ৬গৰাকীকৈ লোক। ই-ৰিক্সাৰে দুধনৈৰ ৰাস মহোৎসৱ
Read More...