Daily Time Axom
Browsing Tag

Earthquake

পুনৰ ভয়ংকৰ ভূঁইকঁপ, পুৱাই আফগানিস্তানত ৬.১ ৰিখটাৰ স্কেলৰ ভূমিকম্প

নিউজ ডেস্ক, ১১ অক্টোবৰঃ আফগানিস্তানত পুনৰ প্ৰৱল ভূমিকম্পৰ জোকাৰণি। ৰিখটাৰ স্কেলত ভূঁইকঁপৰ মাত্ৰা ৬.৩। এই ভূমিকম্প আফগানিস্তানৰ উত্তৰ-পশ্চিম অংশত অনুভৱ কৰা হৈছে।ইয়াৰ কেন্দ্ৰ মাটিৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত আছিল। ভূমিকম্পত বিস্তৰ ক্ষয়ক্ষতিৰ…
Read More...

আফ্ৰিকাৰ মৰক্কোত ভয়ংকৰ ভূমিকম্পত ৩ শতাধিক লোকৰ মৃত্যু

নিউজ ডেস্ক, ৯ চেপ্তেম্বৰঃ আফ্ৰিকাৰ মৰক্কোত ভয়ংকৰ ভূমিকম্প। শুকুৰবাৰে নিশা মৰক্কোত ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি। প্ৰায় ৬.৮ ৰিখটাৰ প্ৰাবল্যৰ জোকাৰণিয়ে দেশখনক জোকাৰি নিয়ে। ভূমিকম্পত প্ৰায় ৩ শতাধিক লোকৰ মৃত্যু হোৱাৰ খবৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত
Read More...

পুনৰ ভূমিকম্পৰ জোকাৰণি, ৪.৭ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য

নিউজ ডেস্ক, ৯ জুনঃ ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। গুৱাহাটীসহ কেইবাখনো জিলাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। ভূমিকম্পৰ প্ৰাৱল্য আছিল ৰিখটাৰ স্কেলত ৪.৭। ১০বাজি ৬ মিনিটত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰ জিলা।
Read More...

ৰাজ্যত ভূমিকম্পৰ তীব্ৰ জোকাৰণি

নিউজ ডেস্ক, ২৯ মে'- ৰাজ্যত অনুভূত ভূমিকম্প। মহানগৰী আৰু উপকণ্ঠ অঞ্চলত ভূমিকম্পৰ জোকাৰণি। ৮ বাজি ৪ মিনিটত অনুভূত হয় তীব্র জোকাৰণি। একেলগে দুটাকৈ জোকাৰণি অনুভূত হয়। প্ৰায় ৩০ ছেকেণ্ডৰ ব্যৱধানত অনুভূত হয় দুটাকৈ জোকাৰণি। ৰিখটাৰ স্কেলত
Read More...

মহানগৰীত ভূঁইকঁপৰ জোকাৰণি, ৪.৭ প্ৰাবল্যৰ ভূঁইকঁপে জোকাৰি ৰাজ্য

নিউজ ডেস্ক, ১৭ এপ্ৰিলঃ গুৱাহাটী আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভূমিকম্পৰ প্ৰৱল জোকাৰনি। বিয়লি ৪:৫২ মিনিটত অনুভূত হয় ভূমিকম্পৰ জোকাৰনি। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাৱল্য আছিল ৩.৭। ভূঁইকঁপৰ অভিকেন্দ্ৰ কামৰূপ জিলাৰ ভূগৰ্ভৰ ১০ কিলোমিটাৰ
Read More...

ভূমিকম্পত পাকিস্তান, আফগানিস্তানত বৰ্তমানলৈকে ১১ জনৰ মৃত্যু

নিউজ ডেস্ক, ২২ মাৰ্চঃ মঙলবাৰে নিশা অহা ভূমিকম্পই ভাৰত, পাকিস্তান , আফগানিস্তানক ভয়ংকৰভাৱে জোকাৰি যায়। এই ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত আছিল ৬.৬। ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল আফগানিস্তানৰ ফৈজাবাদৰ পৰা ১৩৩ কিলোমিটাৰ দক্ষিণ পূবত ভূগৰ্ভৰ
Read More...

পুৱাই ৭.১ প্ৰাৱল্য়ৰ ভূমিকম্পই জোকাৰিলে নিউজিলেণ্ড

নিউজ ডেস্ক, ১৬ মাৰ্চঃ নিউজিলেণ্ডত প্ৰৱল ভূমিকম্প। বৃহস্পতিবাৰে পুৱাৰ ভাগত অনুভূত হয় ভূমিকম্প। ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ মাত্ৰা আছিল ৭.১। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল কাৰমাডিক দ্বীপ। ১০ কিলোমিটাৰ গভীৰতালৈ অনুভূত হয় এই ভূমিকম্প। ভূমিকম্পৰ
Read More...

গুৱাহাটীত পুৱতি নিশা ৩.৫৯ বজাত ৩.২ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি

নিউজ ডেস্ক, ৮ মাৰ্চঃ গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত ভূমিকম্পৰ জোকাৰণি । পুৱতি নিশা প্ৰায় ৩.৫৯ বজাত অনুভূত হয় ভূঁইকঁপৰ জোকাৰণি। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৩.২। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল কামৰূপ জিলা। ভূপৃষ্ঠৰ পৰা ১০
Read More...

তুৰস্ক, ছিৰিয়াৰ পাছতেই এইবাৰ ভূমিকম্পত কঁপি উঠিল নিউজিলেণ্ড

নিউজ ডেস্ক, ১৫ ফেব্ৰুৱাৰীঃ ৬.১ প্ৰাৱল্যৰ ভূঁইকঁপে জোকাৰি গ’ল নিউজিলেণ্ডক। তুৰস্ক, ছিৰিয়াৰ পাছতেই ভূমিকম্পত কঁপি উঠিল নিউজিলেণ্ড। নিউজিলেণ্ডৰ স্থানীয় সময় অনুসৰি পুৱা ৭ বাজি ৪০ মিনিটত অহা ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত হৈছে নিউজিলেণ্ডৰ
Read More...

ভূমিকম্পই বিধ্বস্ত কৰা তুৰস্কত ভাৰতীয় সেনাৰ মানৱ সেৱা

নিউজ ডেস্ক, ৮ ফেব্ৰুৱাৰীঃ চিৰিয়া আৰু তুৰস্কত প্ৰকৃতিয়ে চলোৱা ধ্বংসলীলাৰ মাজত ভাৰতীয় সেনাৰ চিকিৎসকৰ দল। ভূমিকম্পই বিধ্বস্ত কৰা দেশত আগবঢ়াব চিকিৎসা সেৱা। উদ্ধাৰ অভিযানৰ সমান্তৰালকৈ সেনাই কৰিব চিকিৎসা সেৱা। ৮৯ জনীয়া সেনাৰ চিকিৎসকৰ দলে
Read More...