Daily Time Axom
Browsing Tag

Earthquake

ভয়ংকৰ ভূমিকম্পত বিধ্বস্ত তুৰ্কী, বৰ্তমানলৈকে ভূমিকম্পত নিহতৰ সংখ্যা ৫৫০ লৈ বৃদ্ধি

নিউজ ডেস্ক, ৬ ফেব্ৰুৱাৰীঃ সোমবাৰে তুৰ্কী আৰু ছিৰিয়াত ৭.৮ প্ৰাবল্যৰ এক ডাঙৰ ভূমিকম্পই জোকাৰি যায়। ভূমিকম্পটোৰ ফলত প্ৰায় ৫৫০ৰো অধিক লোকৰ মৃত্যু হয়,আনহাতে ৫১৬ ত কৈয়ো অধিক লোক আহত হয়। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৮। প্ৰথম
Read More...

তুৰ্কীত ভয়ংকৰ ভূমিকম্প, ২৩ জন লোকৰ মৃত্যু

নিউজ ডেস্ক, ৬ ফেব্ৰুৱাৰীঃ তুৰ্কীত ভয়ংকৰ ভূমিকম্প৷ ভূমিকম্পটো তুৰ্কীৰ স্থানীয় সময় অনুসৰি পুৱা ০৪:১৭ বজাত অনুভূত কৰা হৈছিল।ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৮। ভূমিকম্পত ১৬টাকৈ অট্টালিকা খহি পৰে। এতিয়ালৈকে ২৩ জন লোকৰ মৃত্যু হোৱাৰ
Read More...

উত্তৰ-পশ্চিম ইৰাণত ৫.৯ প্ৰাৱল্যৰ ভূমিকম্প, ভূমিকম্পত ৭জনৰ মৃত্যু

নিউজ ডেস্ক, ২৯ জানুৱাৰীঃ উত্তৰ ইৰানত ভয়ংকৰ ভূমিকম্প। ভূমিকম্পত নিহত ৭জনকৈ লোক ৷ আনহাতে, ৪৪০জনৰো অধিক লোক আহত ভূমিকম্পত৷ ৰিখটাৰ স্কেলত ভূমিকম্পৰ মাত্ৰা আছিল ৫.৯ ৷ দেশখনৰ উত্তৰ-পশ্চিমৰ খয় চহৰত ব্যাপক ক্ষয়-ক্ষতি হয় ৷ উত্তৰ-পশ্চিম ইৰাণৰ
Read More...

ইণ্ডোনেছিয়াৰ সংহাৰী ভূঁইকঁপৰ পাছত আজি পুনৰ পুৱাই ভূমিকম্পত কঁপিল তুৰস্ক

নিউজ ডেস্ক, ২৩ নৱেম্বৰঃ বুধবাৰে পুৱতিনিশা ভয়াৱহ ভূমিকম্পই কঁপাই তুলিলে তুৰস্ক। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৬। তুৰস্কৰ পশ্চিম অঞ্চলত অনুভূত হয় এই ভূঁইকঁপৰ জোকাৰণি। এই কথা জনাইছে ইউৰোপিয়ান মেডিটাৰেনিয়ান ছিছম’লজিকেল চেণ্টাৰে।
Read More...

ইণ্ডোনেছিয়াত ৫.৬ প্ৰাৱল্যৰ ভূমিকম্পৰ জোকাৰণি, ৪৬ জনৰ মৃত্যু, আহত ৭ শতাধিক লোক

নিউজ ডেস্ক, ২১ নৱেম্বৰঃ ইণ্ডোনেছিয়াৰ জাকাৰ্টাত প্ৰবল ভূমিকম্প। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাৱল্য আছিল ৫.৬। ভূমিকম্পত এই পৰ্যন্ত কমেও ৪৬জন লোক নিহত। আনহাতে ভূমিকম্পত আহত ৭ শতাধিক লোক। পশ্চিম জাভাৰ চিয়ানজুৰত ১০ কিলোমিটাৰ (৬.২১ মাইল)
Read More...

নিশা দিল্লীত ভূমিকম্পৰ জোকাৰণি

নিউজ ডেস্ক, ৯ নৱেম্বৰঃ বুধবাৰে পুৱতি নিশা দিল্লী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলতো ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয়। নেচনেল চেণ্টাৰ ফৰ চিচমোলজিৰ মতে, ৬.৩ প্ৰাবল্যৰ এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল নেপাল। ৰাজধানী অঞ্চলত, পুৱতি নিশা প্ৰায় ১.৫৭
Read More...

নেপালত ভয়ংকৰ ভূমিকম্প, ভূঁইকঁপত ৬ জনকৈ লোকৰ মৃত্যু

নিউজ ডেস্ক, ৯ নৱেম্বৰঃ নেপালত ৫ ঘণ্টাত দুটাকৈ ভয়ংকৰ ভূমিকম্প ৷ ভূঁইকঁপত ৬ জনকৈ লোকৰ মৃত্যু ৷ ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৬.৩ ৷ ভূঁইকঁপত ভাঙি পৰিল ঘৰ-দুৱাৰ ৷ পুৱতি নিশা ৩.১৫ বজাত অহা ভূমিকম্পই আতংকৰ সৃষ্টি কৰে ৷ নিহত ৬ গৰাকী লোকৰ
Read More...