Daily Time Axom
Browsing Tag

Education

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত দৰিদ্ৰ শিক্ষাৰ্থীৰ বাবে আসন সংৰক্ষণৰ নিৰ্দেশ হাইক’ৰ্টৰ

নিউজ ডেস্ক, ১১ মাৰ্চঃ ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।বিনামূলীয়াকৈ পঢ়ুৱাব লাগিব দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ২৫% আসন সংৰক্ষণৰ নিৰ্দেশ। এখন PILৰ শুনানি গ্ৰহণ কৰি ২০২৩ বৰ্ষৰ পৰাই কাৰ্যকৰী
Read More...

আজিৰ পৰা ৰাজ্যজুৰি আৰম্ভ গুণোৎসৱ ২০২৩, তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ

নিউজ ডেস্ক, ১৮ জানুৱাৰীঃ আজিৰে পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ। দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব। আনহাতে তৃতীয় পৰ্যায় ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব। চাৰিখন জিলা কৰ্তন হোৱাৰ পিছত এইবাৰ ৩১খন জিলাত হ’ব
Read More...

প্ৰকাশ পালে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সূচী

নিউজ ডেস্ক, ১৪ ডিচেম্বৰঃ ঘোষণা হ'ল অসম উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী। সেই অনুসৰি ২০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব এই পৰীক্ষা আৰু অন্ত পৰিব ২০ মাৰ্চত। এই পৰীক্ষা পুৱা ৯ বজাৰ পৰা ১১ বজালৈ অনুষ্ঠিত হ'ব। আনহাতে পিছবেলাৰ পৰীক্ষা হ'ব
Read More...

শিক্ষা বিভাগৰ নিৰ্দেশনাঃ এতিয়াৰে পৰা ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত বিষয় শিক্ষকে কৰিব…

নিউজ ডেস্ক, ১৩ নৱেম্বৰঃ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। এতিয়াৰে পৰা নিম্ন শ্ৰেণীত বাধ্যতামূলকভাৱে পাঠদান কৰিব লাগিব বিষয় শিক্ষকে। পূৰ্বে অধিকাংশ শিক্ষকে একাদশ, দ্বাদশ শ্ৰেণীতহে কৰিছিল পাঠদান। নগন্য সংখ্যক বিষয় শিক্ষকেহে পাঠদান কৰিছিল
Read More...

১৮ জানুৱাৰীৰ পৰা ৰাজ্যত অনুষ্ঠিত হ’ব গুণোৎসৱ, তিনিটা পৰ্যায়েৰে অনুষ্ঠিত হ’ব গুণোৎসৱ

নিউজ ডেস্ক, ৯ ডিচেম্বৰঃ ১৮ৰ পৰা ২১ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ গুণোৎসৱ৷ প্ৰথম পৰ্যায়ত সামৰি ল’ব বৰপেটা, কৰিমগঞ্জ, গোলাঘাট, হোজাই, কামৰূপ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা- মানকাচৰ, তিনিচুকীয়া, ওদালগুৰি৷
Read More...

ৰাজ্যৰ ২২ গৰাকী কৃতী শিক্ষকলৈ ৰাজ্যিক বঁটা

নিউজ ডেস্ক, ৪ ছেপ্তেম্বৰঃ ৰাজ্যৰ শিক্ষা বিভাগে ঘোষণা কৰিলে ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাৰ তালিকা। সেই অনুসৰি মুঠ ২২ গৰাকী শিক্ষকে এইবাৰ লাভ কৰিছে এই বঁটা। কেন্দ্ৰীয় শিক্ষক দিৱসত প্ৰদান কৰা হ'ব এই বঁটা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই
Read More...

আজি অনুষ্ঠিত হৈছে তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা

নিউজ ডেস্ক, ২৮ আগষ্টঃ কটকটীয়া নিৰাপত্তাৰ মাজত তৃতীয় বৰ্গৰ পৰীক্ষা,উৎকণ্ঠা, উদ্যমেৰে পৰীক্ষালৈ সাজু ৰাজ্যৰ লাখ-লাখ নিবনুৱা। ৰাজ্যৰ বিভিন্ন বিভাগৰ অধীনত তৃতীয় বৰ্গৰ খালী পদ সমূহ পূৰণৰ বাবে প্ৰাৰ্থী বাছনি কৰিবলৈ আজি ৰাজ্যিক ভিত্তিত
Read More...

মেট্ৰিকত ফলাফল শূন্য দেখুওৱা ৩৪ খনকৈ প্ৰাদেশীকৃত বিদ্যালয় বন্ধ কৰিব চৰকাৰে

নিউজ ডেস্ক, ২৪ আগষ্টঃ অসমত অতি শীঘ্ৰে বন্ধ হ’ব ৩৪ খন বিদ্যালয়। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি চৰকাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাছা পৰীক্ষা-২০২২ত বহুকেইখন বিদ্যালয়ৰ ফলাফল শূণ্য দেখুওৱাৰ পাছত
Read More...

ৰাজ্য চৰকাৰৰ মাধ্যম নীতিক সমালোচনা ABVPৰ

নিউজ ডেস্ক, ২২ আগষ্টঃ অসমত চৰকাৰী খণ্ডৰ বিদ্যালয় সমূহত ইংৰাজী ভাষাত গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্তক বিৰোধিতা কৰে বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশে। মাতৃভাষাৰ অস্তিত্ব নি:শেষ কৰিব খোজা চৰকাৰৰ সিদ্ধান্তক অখিল
Read More...

বিদ্যালয়ৰ পৰা বৰঙনি বিচৰাটো মডাৰ্ণ কনচেপ্ট- এই আখ্যা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

নিউজ ডেস্ক, ২২ আগষ্টঃ চৰকাৰৰ শিক্ষা বিভাগৰ সিদ্ধান্তৰ সমৰ্থন কৰিছে কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। শিক্ষামন্ত্ৰীৰ পদক্ষেপক প্ৰশংসা কংগ্ৰেছ সাংসদগৰাকীৰ। বিদ্যাঞ্জলি আঁচনি বেয়া নহয় বুলি মন্তব্য সাংসদ বৰদলৈৰ। 'এই আঁচনিৰ জৰিয়তে বিদ্যালয়ত
Read More...