Daily Time Axom
Browsing Tag

Election

দুদিনীয়া ভ্ৰমণসূচীৰে আজি উত্তৰ-পূৱলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

নিউজ ডেস্ক, ২০ ফেব্ৰুৱাৰীঃ সমাগত নাগালেণ্ড বিধানসভা নিৰ্বাচন। দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূৱলৈ আহিব অমিত শ্বাহ। আজি নাগালেণ্ডলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।এক বৃহৎ ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব শ্বাহে। বিয়লি ৩.২০ বজাত ডিব্ৰুগড়ত অৱতৰণ
Read More...

আজি ঘোষণা হ’ব গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ ফলাফল

নিউজ ডেস্ক, ৮ ডিচেম্বৰঃ আজি ঘোষণা হ'ব গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ ফলাফল। পুৱা ৮ বজাৰ পৰা দুয়োখন ৰাজ্যত আৰম্ভ হৈছে ভোটগণনা। ভোটগণনাৰ বাবে প্ৰতিটো কেন্দ্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। গুজৰাটত নিৰ্ণয় হ'ব ১৮২ সমষ্টিৰ মুঠ ১৬২১
Read More...

আজি গুজৰাট নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিমটো দিন

নিউজ ডেস্ক, ৫ ডিচেম্বৰঃ আজি গুজৰাটত অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। ১৪ জিলাৰ ৯৩টা সমষ্টিত হ’ব ভোটগ্ৰহণ। ভাগ্য নিৰ্ণয় হ'ব ৮৩৩ গৰাকী প্ৰাৰ্থীৰ। নিৰ্বাচনৰ বাবে সাজু ২৬,৪০৯টা ভোটকেন্দ্ৰ । ২৬,৪০৯টা ভোটকেন্দ্ৰত আছে প্ৰায় ৩৬,০০০ EVM। ২য়
Read More...

আজি হিমাচল প্ৰদেশত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ,পুৱা ৮ বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ প্ৰক্ৰিয়া

নিউজ ডেস্ক, ১২ নৱেম্বৰঃ আজি হিমাচল প্ৰদেশত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ৮ বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৬৮খন আসনবিশিষ্ট হিমাচল প্ৰদেশ বিধানসভাৰ এইবাৰৰ নিৰ্বাচনত মুঠ ৪১২ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। এই নিৰ্বাচনৰ
Read More...

আজি দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা,পুৱা ৮ বজাৰ পৰা আৰম্ভ হয় ভোটগণনা

নিউজ ডেস্ক, ১০ নৱেম্বৰঃ আজি দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা। পুৱা ৮ বজাৰ পৰা আৰম্ভ হয় ভোটগণনা। ভাগ্য নিৰ্ণয় হ’ব ২২ পৰিষদীয় সমষ্টিৰ ৭৫ গৰাকী প্ৰাৰ্থীৰ। ৪০ হাজাৰৰো অধিক ভোটাৰে সাব্যস্ত কৰিছিল ভোটাধিকাৰ। ভোটগণনাৰ বাবে সাজু
Read More...

আজি ঘোষণা হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল

নিউজ ডেস্ক, ২০ অক্টোবৰঃ আজি ঘোষণা হ'ব গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ২২-২৩ৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল। পুৱা ১০ বজাৰ পৰা নিউ একাডেমিক বিল্ডিঙৰ দ্বিতীয় মহলাত ভোটগণনা আৰম্ভ হ'ব। ভোটগণনাক লৈ বিশ্ববিদ্যালয়ৰ চৌহদত বিৰাজ
Read More...