কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১ মে’ৰ পৰা হাতী চাফাৰী আৰু ১৬ মে’ৰ পৰা জীপ চাফাৰী বন্ধ…
নিউজ ডেস্ক, ২৬ এপ্ৰিলঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১ মে'ৰ পৰা হাতী ছাফাৰী আৰু ১৬ মে'ৰ পৰা পৰ্যটকৰ বাবে বন্ধ হ’ব জীপ ছাফাৰী৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এক জাননী যোগে সদৰি কৰিছে এই নিৰ্দেশনা।
বাৰিষাৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি বছৰে!-->!-->!-->…
Read More...
Read More...