আজি প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব দেশৰ সৰ্ববৃহৎ নিযুক্তি মেলা
নিউজ ডেস্ক, ২২ অক্টোবৰঃ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৭৫ হাজাৰ নিবনুৱা যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰি দেশৰ সৰ্ববৃহৎ নিযুক্তি মেলাৰ শুভ উদ্বোধন কৰিব। এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে মুঠ ১০ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান!-->…
Read More...
Read More...