শিৱসাগৰৰ ডিমৌত আলফা (স্বাঃ)ৰ লিংকমেনলৈ আৰক্ষীৰ গুলীচালনা
নিউজ ডেস্ক, ১৬ আগষ্টঃ শিৱসাগৰৰ ডিমৌত আলফা (স্বাঃ)ৰ লিংকমেনলৈ আৰক্ষীৰ গুলীচালনা। গুলীবিদ্ধ আলফা (স্বাঃ)ৰ লিংকমেন ৰাজু আহমেদ। বাঁও ভৰিৰ আঁঠুৰ তলত গুলী লাগিছে ৰাজু আহমেদৰ। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই আৰক্ষীয়ে গুলীচালনা কৰে।!-->…
Read More...
Read More...