Daily Time Axom
Browsing Tag

Encounter

আৰক্ষীৰ এনকাউণ্টাৰ ভুল আছিল, ফ’ৰেন্সিক পৰীক্ষাত মৃতদেহ ডিম্বেশ্বৰ মুছাহাৰীৰ বুলি চিনাক্ত

নিউজ ডেস্ক, ১১ মাৰ্চঃ ভুল প্ৰমানিত হ'ল আৰক্ষীৰ এনকাউন্টাৰ। কেনাৰাম বুলি আৰক্ষীয়ে গুলীয়ালে ডিম্বেশ্বৰক। DNA পৰীক্ষাৰ অন্তত ওদালগুৰিত এনকাউণ্টাৰত নিহতৰ মৃতদেহ চিনাক্ত। নিহত লোকজন ডিম্বেশ্বৰ মুছাহাৰী। নিহতজন কেনাৰাম বসুমতাৰী বুলি দাবী কৰিছিল
Read More...

ৰৌতাৰ এনকাউণ্টাৰত কেনাৰাম নহয় আন এজনকহে হত্যা আৰক্ষীৰ

নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰীঃ ওদালগুৰিৰ এনকাউণ্টাৰৰ নতুন মোৰ। কেনাৰাম বড়োৰ পৰিৱৰ্তে আৰক্ষীৰ এনকাউন্টাৰত নিহত ডিম্বেশ্বৰ মুছাহাৰী। আৰক্ষীয়ে ডিম্বেশ্বৰ মুছাহাৰীক ডকাইত কেনাৰাম বড়ো বুলি প্ৰচাৰ কৰাৰ অভিযোগ। আৰক্ষীৰ এনকাউণ্টাৰৰ বিৰুদ্ধে
Read More...

ছত্তিশগড়ত মাউবাদীৰ আক্ৰমণ, আক্ৰমণত নিহত ৩ জোৱান, ৬ মাউবাদী

নিউজ ডেস্ক, ২৫ ফেব্ৰুৱাৰীঃ ছত্তীশগড়ৰ সুকমা জিলাত ডি আৰ জি জোৱান আৰু মাওবাদীৰ সংঘৰ্ষত তিনিজন জোৱান নিহত হয়। জানিব পৰা মতে, শনিবাৰে পুৱা নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ মাজত হোৱা সংঘৰ্ষত তিনিজন ডি আৰ জি জোৱানৰ মৃত্যু হয়।আনহাতে, ৬ জন মাওবাদী
Read More...

পুনৰ এনকাউণ্টাৰ, ৰৌতাৰ দৈফাঙত আৰক্ষীৰ গুলীত নিহত ডকাইত

নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰীঃ ওদালগুৰিত আৰক্ষীৰ গুলীচালনা। ৰৌতাৰ দৈফাঙত আৰক্ষীৰ গুলীত নিহত ডকাইত। নিহত ডকাইতটোৰ নাম কেনাৰাম বড়ো। আনহাতে, ডকাইতৰ দলৰ আক্রমণত আহত হয় দুজনকৈ আৰক্ষী। আৰক্ষীৰ সম্ভেদ পাই এটা ঘৰৰ পৰা পলায়ন কৰিব চেষ্টা কৰোতেই
Read More...

সোণাৰিত নিশা আৰক্ষীৰ এনকাউণ্টাৰত নিহত দুৰ্ধৰ্ষ গাড়ী চোৰ সন্তোষ জয়ছোৱাল

নিউজ ডেস্ক, ২০ ফেব্ৰুৱাৰীঃ আৰক্ষীৰ গুলীত কুখ্যাত ডকাইতৰ মৃত্যু। চৰাইদেউৰ সোণাৰিত আৰক্ষীয়ে চলাইছিল গুলী। সোণাৰিৰ চেঁচা সত্ৰত গুলীবিদ্ধ হৈছিল দুৰ্ধৰ্ষ ডকাইত সঞ্জু জয়ছোৱাল। আৰক্ষীৰ সন্মুখৰ পৰা পলায়নৰ চেষ্টা কৰিছিল সঞ্জুৱে। আৰক্ষীৰ নিৰ্দেশ
Read More...

আৰক্ষীৰ এনকাউন্টাৰত নিহত ৰঞ্জিত বৰা হত্যাকাৰী শ্বাহ আলম

নিউজ ডেস্ক, ১৮ ফেব্ৰুৱাৰীঃ ৰঞ্জিত‌ বৰা হত্যাকাণ্ডৰ‌ মাষ্টাৰ‌ মাইণ্ড শ্বাহ আলমক এনকাউন্টাৰ । মহানগৰীৰ সোনাপুৰত এনকাউন্টাৰ শ্বাহ আলমক । বৃহস্পতিবাৰে আৰক্ষীৰ বেহু ফালি পলায়ন কৰিছিল শ্বাহ আলম তালুকদাৰে। বুকুত দুটাকৈ গুলী লাগিছে শ্বাহ আলমৰ।
Read More...

বৰপেটা ৰোডত এনকাউণ্টাৰ, ড্রাগছ ব্যৱসায়ীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

নিউজ ডেস্ক, ৭ ফেব্ৰুৱাৰীঃ ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ ৷ বৰপেটাৰোডৰ মাজগাঁৱত ড্ৰাগছ ব্যৱসায়ীলৈ আৰক্ষীৰ গুলী৷ গোৱৰ্ধনা আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত বিছা মিঞা ৷ আৰক্ষীয়ে জনোৱা মতে, ড্ৰাগছ ব্যৱসায়ীটোৰ কান্ধত আঘাত কৰিছে গুলীয়ে৷ প্ৰায়
Read More...

নগাঁৱত তেলচোৰক আৰক্ষীৰ গুলীচালনা, পলায়নৰ চেষ্টা কৰোতে গুলীচালনা আৰক্ষীৰ

নিউজ ডেস্ক, ৩১ ডিচেম্বৰঃ নগাঁৱত নিশা আৰক্ষীৰ গুলীচালনা। গুলীবিদ্ধ কুখ্যাত তেল চোৰ ইমদাদ আলী। আৰক্ষীৰ বেহু ফালি পলায়নৰ চেষ্টাৰ সময়তে গুলীচালনা। নগাঁও আৰক্ষীয়ে বিভিন্ন জিলাৰ পৰা আটক কৰিছিল তেল চুৰি চক্ৰক। তেল চুৰিৰে জড়িত ১০জনক আটক কৰিছিল
Read More...

জম্মু-কাশ্মীৰত সেনা আৰু উগ্ৰপন্থীৰ মাজত গুলীয়াগুলী,সংঘৰ্ষত নিহত ৩টাকৈ সন্ত্ৰাসবাদী

নিউজ ডেস্ক, ২৮ ডিচেম্বৰঃ জম্মু-কাশ্মীৰত সেনা আৰু উগ্ৰপন্থীৰ মাজত গুলীয়াগুলী। জম্মুৰ পাঞ্জতীৰ্থী-সিধৰা পথত আজি পুৱা প্ৰায় ৭.৩০ বজাত এই ঘটনা সংঘটিত হয়।ভয়ংকৰ সংঘৰ্ষৰ ফলত ৩টাকৈ সন্ত্ৰাসবাদী নিহত হৈছে। এখন ট্ৰাকৰ গতিবিধিত সন্দেহ হোৱাত সেনাই
Read More...

অসম আৰক্ষীৰ গুলীত ধাৰাশায়ী বিহাৰৰ প্ৰফেচনেল কিলাৰ মোহন কুমাৰ

নিউজ ডেস্ক, ১২ ডিচেম্বৰঃ লামডিঙত নিশা আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ গুলীত নিহত বিহাৰৰ ছুপাৰীকিলাৰ মোহন কুমাৰ। লামডিঙৰ গুলীচালনাৰ ঘটনাৰ অভিযুক্ত আছিল মোহন। নিশা মোহন কুমাৰক লৈ অভিযান চলাইছিল আৰক্ষীয়ে। আৰক্ষীক বন্দুক দেখুৱাই দিয়াৰ ছলেৰে
Read More...