Daily Time Axom
Browsing Tag

Festival

আজি মহালয়া,ধৰালৈ আগমন দেৱী দুৰ্গাৰ

নিউজ ডেস্ক, ১৪ অক্টোবৰঃ আজি মহালয়া। জনবিশ্বাস অনুসৰি, মহালয়াৰ দিনা পুৱা ধৰাৰ বুকুলৈ নামি আহে মা দুৰ্গা। বিশ্বাস কৰা হয় যে মহালয়াৰ দিনা পুৱা প্ৰাতঃভ্ৰমণ কৰিলে লাভ কৰা যায় মা দুৰ্গাৰ বিশেষ আৰ্শীবাদ। মাৰ আৰ্শীবাদ পাবৰ বাবেই পুৱাতে উঠি…
Read More...

আজি বুদ্ধ পূৰ্ণিমা

নিউজ ডেস্ক, ৫ মে'- আজি বুদ্ধ পূৰ্ণিমা বা বৈশাখ পূৰ্ণিমা । বহাগ মাহৰ পূৰ্ণিমাৰ দিনাখন বৌদ্ধ ধৰ্মৰ প্ৰতিস্থাপক গৌতম বুদ্ধৰ জন্ম হৈছিল। সেয়েহে বুদ্ধৰ জন্ম দিনটোত পালন কৰা হয় ‘বুদ্ধ পূৰ্ণিমা’। এইবাৰ পূৰ্ণিমা ৪ মে’ৰ নিশা ১১ বাজি ৪৪ মিনিটত
Read More...

আজি মিচিংসকলৰ পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং

নিউজ ডেস্ক, ১৫ ফেব্ৰুৱাৰীঃ আজি মিচিংসকলৰ পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং। ৰাজ্যজুৰি উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। প্ৰতিবছৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীৰ লোকসকলে মাংগলিক ৰীতি-নীতিৰে পালন কৰে আলি আঃয়ে লৃগাং। এই
Read More...

সৈনিকসকলৰ সৈতে দীপাৱলী উদযাপন কৰিবলৈ কাৰ্গিলত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নিউজ ডেস্ক, ২৪ অক্টোবৰঃ সৈনিকসকলৰ সৈতে দীপাৱলী উদযাপন কৰিবলৈ কাৰ্গিলত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সেনা বাহিনীৰ বিশেষ বিমানযোগে উপস্থিত মোদী। দেশৰ পহৰাত নিয়োজিত জোৱানৰে উদযাপন কৰিব দীপাৱলী। সামৰিক পোছাকত দেখা গৈছে নৰেন্দ্ৰ মোদীক।
Read More...

আজি পোহৰৰ উৎসৱ দিপাৱলী

নিউজ ডেস্ক, ২৪ অক্টোবৰঃ আজিৰে পৰা আৰম্ভ পোহৰৰ উৎসৱ দিপাৱলী। দেৱালীৰ লগতে আজি দেশত চলিছে কালি পূজাৰ প্ৰস্তুতিও। সমাজৰ পৰা অপশক্তি দূৰ কৰি শান্তি প্ৰতিষ্ঠা কৰাৰ প্ৰাৰ্থনা জনাই সমগ্ৰ দেশতে উদযাপন হ'ব কালি পূজা। ইতিমধ্যে বিভিন্ন মন্দিৰ আৰু
Read More...

আজি কাতি বিহু

নিউজ ডেস্ক, ১৮ অক্টোবৰঃ আজি কাতি বিহু। প্ৰান্তে প্ৰান্তে বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি। তুলসী পুলি ৰুই সন্ধিয়া জ্বলোৱা হ'ব চাকি- বন্তি। ধাননি পথাৰত কৃষক ৰাইজে আজি চাকি জ্বলাই লক্ষী আইৰ আশীর্বাদ ল'ব। অসমীয়াৰ হেপাহৰ কাতি বিহুক লৈ ৰাজ্যৰ
Read More...

আজি মহাষ্টমী

নিউজ ডেস্ক, ৩ অক্টোবৰঃ আজি মহাষ্টমী। আজি নৱৰাত্ৰিৰ অষ্টম দিন। আহিন মাহৰ শুক্লাষ্টমীত উদযাপন কৰা এই দিনটোতে কৰা হয় দেৱীৰ অস্ত্ৰপূজা । আজিৰ দিনটোতেই সকলো দেৱতাই নানান অস্ত্ৰ প্ৰদান কৰি দেৱীক ৰণলৈ প্ৰস্তুত কৰি তুলিছিল । সেই বাবেই আজিৰ দিনটোক
Read More...

আজি মহাসপ্তমী

নিউজ ডেস্ক, ২ অক্টোবৰঃ আজি মহাসপ্তমী, পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ আৰু পূজা-অৰ্চনাৰে ৰাজ্যজুৰি চলিছে দেৱী দুৰ্গাৰ আৰাধনা। শাৰদীয় দুৰ্গোৎসৱৰ আজি দ্বিতীয়টো দিন অৰ্থাৎ আজি মহাসপ্তমী পূজা। পূজাৰ মণ্ডপে মণ্ডপে তথা শক্তিপীঠ, দেৱালয় আদিত দেৱীক
Read More...

আজি ষষ্ঠী

নিউজ ডেস্ক, ১ অক্টোবৰঃ আজি ষষ্ঠী। আজিৰে পৰা আৰম্ভ হৈছে দূৰ্গা পূজা। বেদীত প্ৰাণ প্ৰতিষ্ঠা হ'ব মহিষমৰ্দিনীৰ ৷ ইতিমধ্যে মহিষমৰ্দিনীক আৰাধনাৰ বাবে সাজু হৈছে ৰাজ্যবাসী ৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো যোৱা নিশাৰ পৰাই দেখা গ'ল ষষ্ঠীৰ
Read More...

আজি শুভ মহালয়া

নিউজ ডেস্ক, ২৫ চেপ্তেম্বৰঃ শাৰদীয় দুৰ্গোৎসৱৰ বতৰাৰে আজি দেশজুৰি উদযাপন কৰা হৈছে মহালয়া । আজিৰে পৰা পিতৃপক্ষৰ শেষত আৰম্ভ হৈছে দেৱীপক্ষ । পুৰাণ অনুযায়ী এই দিনটোতে আৱিৰ্ভাৱ ঘটে দেৱী দু্ৰ্গাৰ । মহালয়া উপলক্ষ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিশেষ
Read More...