আমেৰিকাত পুনৰ এক গুলীচালনাৰ ঘটনা, তিনিটা শিশুসহ ছয়জন লোকৰ মৃত্যু
নিউজ ডেস্ক, ২৮ মাৰ্চঃ আমেৰিকাত পুনৰ এক গুলীচালনাৰ ঘটনা। সোমবাৰে নেচভিলেৰ প্ৰাথমিক বিদ্যালয়ত এগৰাকী মহিলা শ্বুটাৰে গুলীচালনা কৰে। অৱশ্যে, ঘটনাটোৰ আঁৰৰ কাৰণ আৰক্ষীয়ে এতিয়ালৈকে প্ৰকাশ কৰা নাই। খবৰ অনুসৰি, ঘটনাটোত তিনিটা শিশুসহ ছয়জন লোকৰ!-->…
Read More...
Read More...