Daily Time Axom
Browsing Tag

firing

ডিব্ৰুগড়ত গুলিচালনাৰ ঘটনা, আহত সিদ্ধাৰ্থ ৰাজখোৱা নামৰ লোকজন

নিউজ ডেস্ক, ১ নৱেম্বৰঃ ডিব্ৰুগড়ত চাঞ্চল্যকৰ ঘটনা। ডিব্ৰুগড় চহৰৰ লালুকাত সোমবাৰে সন্ধিয়া দুৰ্বৃত্তৰ গুলীচালনা। এজন ব্যক্তিলৈ লক্ষ্য কৰি গুলীচালনা কৰে দুৰ্বৃত্তই। লালুকাৰ এখন টায়াৰ দোকানৰ সন্মুখত নিচেই কাষৰ পৰা লোকজনলৈ লক্ষ্য কৰি
Read More...

নগাঁৱৰ চামগুৰিত আৰক্ষীৰ গুলীচালনা

নিউজ ডেস্ক, ২৯ অক্টোবৰঃ নগাঁৱৰ চামগুৰিত আৰক্ষীৰ গুলীচালনা। দুই সৰবৰাহকাৰীক লক্ষ্য কৰি এণ্টি নাৰ্ক'টিক স্কোৱাডৰ গুলীচালনা। গ্ৰেপ্তাৰ ২ সৰবৰাহকাৰী সুকুৰ আলী, ইক্ৰামূল হুছেইন। মৰিগাঁৱৰ তেলাহীত আৰক্ষীয়ে জব্দ কৰিছে ১ কোটি টকাৰ মূল্যৰ হেৰ'ইন।
Read More...

ওদালগুৰিৰ টংলাত নিশা গুলীচালনা,ঘৰৰ দৰ্জা ভাঙি এক দম্পতীৰ ওপৰত গুলীচালনা দুৰ্বৃত্তৰ

নিউজ ডেস্ক, ২৬ অক্টোবৰঃ ওদালগুৰি জিলাৰ টংলাত নিশা সংঘটিত হয় গুলী চালনাৰ ঘটনা । মুখত কাপোৰ বান্ধি অহা চাৰি যুৱকে দৰ্জা ভাঙি মঙলবাৰে নিশা প্ৰায় ১১-৩০ বজাত প্ৰৱেশ কৰে ব্যৱসায়ী গৌতম বৰুৱাৰ (৪৩) বাসগৃহত। মুখত ক’লা কাপোৰ বান্ধি অহা চাৰি যুৱকে
Read More...

তিনিচুকীয়াৰ লেখাপানীত নিশা গুলীচালনাৰ ঘটনা

নিউজ ডেস্ক, ২১ অক্টোবৰঃ তিনিচুকীয়া জিলাৰ লেখাপানীত বৃহস্পতিবাৰে নিশা গুলীচালনাৰ ঘটনা সংঘটিত হয়। টিপং কলিয়ৰীৰ চাৰ্লিত দুৰ্বৃত্তৰ গুলীচালনা। গুলীচালনাৰ ঘটনাত ক্ষতিগ্ৰস্ত হয় দোকান,বাইক। এজন যুৱককো আক্ৰমণ দুৰ্বৃত্তৰ দলটোৰ ।গুলীচালনা কৰিয়ে
Read More...

বিশ্বনাথৰ গোৱালতলীত আৰক্ষীৰ গুলীচালনা

নিউজ ডেস্ক, ২০ অক্টোবৰঃ বিশ্বনাথৰ গোৱালতলীত আৰক্ষীৰ গুলীচালনা ৷ এইবাৰ চতিয়া আৰক্ষীয়ে চলালে গুলী ৷ জাগিৰ আলি নামৰ এজন লোকক ধৰিবলৈ আহোতে আৰক্ষীয়ে চলালে গুলীচালনা ৷ জাগিৰে দৌৰি পলাবলৈ লওতেই শূন্যলৈ গুলী চলাই আৰক্ষীয়ে ৷ অপহৰনৰ গোচৰত অভিযুক্ত
Read More...

ৰাছিয়াৰ সেনা চাউনিত সন্ত্ৰাসবাদীৰ আক্ৰমণ, নিহত ১১ জনকৈ সেনা

নিউজ ডেস্ক, ১৬ অক্টোবৰঃ ইউক্ৰেইনৰ সীমান্তৱৰ্তী বেলগ’ৰডত ৰাছিয়াৰ সামৰিক প্ৰশিক্ষণ ক্ষেত্ৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত ১১ জন লোক নিহত হোৱাৰ লগতে আহত হৈছে ১৫ জন লোক। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, প্ৰাক্তন ছোভিয়েট ৰাষ্ট্ৰৰ দুজন সাধাৰণ নাগৰিকে
Read More...

মেক্সিকোত দুৰ্বৃত্তৰ ধাৰাসাৰ গুলীত মেয়ৰসহ ১৮জনৰ মৃত্যু

নিউজ ডেস্ক, ৬ অক্টোবৰঃ মেক্সিকোৰ ‘মেক্সিকান চিটী হল’ত দুৰ্বৃত্তৰ ধাৰাসাৰ গুলীবৰ্ষণ ৷ গুলীবৰ্ষণত মেয়ৰসহ ১৮ জনৰ মৃত্যু হয়৷ ‘মেক্সিকান চিটী হল’ৰ এক অনুষ্ঠানৰ মাজতে এই গুলীবৰ্ষণ ৷ গুলীচালনাত অভিযুক্ত এজনক আটক আৰক্ষীৰ ৷ এই সন্দৰ্ভত দেশখনৰ
Read More...

হাৰিয়ানাৰ বিশ্ববিদ্যালয়ত গুলীচালনাৰ ঘটনা, ছাত্ৰসহ চাৰিজন লোক আহত

নিউজ ডেস্ক, ৪ ছেপ্তেম্বৰঃ হাৰিয়ানাৰ মহৰ্ষি দয়ানন্দ বিশ্ববিদ্যালয়ত গুলীচালনাৰ ঘটনা। এই ঘটনাত দুজন ছাত্ৰসহ প্ৰায় চাৰিজন লোক আহত হয়। বাতৰি অনুসৰি, ঘটনাটো কোনো আৰ্থিক বিবাদৰ বাবে সংঘটিত হৈছিল বুলি আৰক্ষীয়ে অনুমান কৰিছে।
Read More...

দিল্লীত অচিনাক্ত বন্দুকধাৰীৰ গুলীচালনাত নিহত দুই

নিউজ ডেস্ক, ২৩ আগষ্টঃ দিল্লীত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। দিল্লীৰ বাক্কাৰৱালা অঞ্চলত সশস্ত্ৰ আক্ৰমণকাৰীৰ দ্বাৰা আক্ৰমণৰ পিছত দুজন লোক গুলীবিদ্ধ হোৱাৰ বিপৰীতে এজন গুলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। সোমবাৰে নিশা বাক্কাৰৱালাৰ জে জে কলনিৰ বি
Read More...

দক্ষিণ আফ্ৰিকাৰ বাৰত গুলীচালনা, নিহত ১৫ জন লোক

নিউজ ডেস্ক,১০ জুনঃ ৰাইফল আৰু পিষ্টলৰে সজ্জিত বন্দুকধাৰীৰ এটা দলে দেওবাৰে পুৱতি নিশা দক্ষিণ আফ্ৰিকাৰ চৱেটো চহৰৰ এখন বাৰত বহি থকা লোকসকলৰ ওপৰত গুলীচালনা কৰে। এই গুলীচালনাত ১৫ জন নিহত হয় আৰু ৯ জন আহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
Read More...