Daily Time Axom
Browsing Tag

Flyover

আজি মুকলি হ’ব জু-ৰোডৰ শ্ৰদ্ধাঞ্জলি উৰণ সেতু

নিউজ ডেস্ক, ১৯ অক্টোবৰঃ আজি মুকলি হ’ব নৱনিৰ্মিত জু-ৰোডৰ উৰণসেতু। বিয়লি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব সেতুখন। বিয়লি ৫.৩০ বজাত মুকলি কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে।২.৩ কিলোমিটাৰ দৈৰ্ঘৰ এই উৰণ সেতুখন নিৰ্মাণত ব্যয় হৈছে ৩১৮ কোটি টকা।…
Read More...

মুকলিৰ ১২ ঘণ্টা নৌহওঁতেই মালিগাঁৱৰ নৱনিৰ্মিত উৰণসেতুত পেলালে তামোল, গোটখা খাই পিক

নিউজ ডেস্ক, ৩১ আগষ্টঃ মুকলিৰ ১২ ঘণ্টা নৌহওঁতেই একাংশৰ নীচ মানসিকতা। তামোল, গোটখা খাই মালিগাঁৱৰ নৱনিৰ্মিত উৰণসেতুত পেলালে পিক। ৰামধেনুৰ সাতোৰঙী ৰঙৰ প্ৰতিচ্ছবিৰ তলতেই কোনো লোকে এনেদৰে পিকৰ লগতে সুৰাপান কৰি বটল পেলাই থৈ যায়। নিশাৰ ভাগত
Read More...

আজি মুকলি কৰা হ’ব উত্তৰ-পূবৰ দীৰ্ঘতম সেতু মালিগাঁও উৰণ সেতু

নিউজ ডেস্ক, ৩০ আগষ্টঃ আজি মুকলি কৰা হ'ব উত্তৰ-পূবৰ দীৰ্ঘতম সেতু মালিগাঁও উৰণ সেতু। আবেলি ৪.৩০ বজাত মুকলি কৰা হ’ব সেতুখন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব সেতুখন। মালিগাঁৱৰ উৰণীয়া সেতুৰ কাম যোৱা ২ বছৰ ৪ মাহ ধৰি চলি আছিল। এই
Read More...