ফুটবল খেলৰ মাজত প্ৰচণ্ড সংঘৰ্ষ, সংঘৰ্ষত ১২৭ জনৰো অধিক লোকৰ মৃত্যু
নিউজ ডেস্ক, ২ অক্টোবৰঃ ফুটবল খেলৰ মাজত প্ৰচণ্ড সংঘৰ্ষ। এই সংঘৰ্ষত ১২৭ জনৰো অধিক লোকৰ মৃত্যু হৈছে আনহাতে আহত হয় ২ শতাধিক লোক। ইণ্ডোনেছিয়াত সংঘটিত হৈছে এই প্ৰচণ্ড মাৰপিটৰ ঘটনা।
ইণ্ডোনেছিয়াৰ আৰেমা ফুটবল ক্লাব আৰু পাৰ্ছেবায়া ক্লাবৰ মাজৰ!-->!-->!-->…
Read More...
Read More...